• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ শীর্ষ ১০’ত আছে মুঠ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী; চাওক তালিকা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 25, 2020 9:14 am
105590481_2699271840396819_2357174246537061377_o

উচ্চতৰ মাধ্যমিকৰ কলাত প্ৰথম স্থান লাভ কৰা দৰঙৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পূবালী ডেকা। ফটো: ফেচবুকৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থানত আছে দুগৰাকী মেধাৱী ছাত্ৰী।

পূবালী ডেকা পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় ,দৰং আৰু শ্রদ্ধা বৰগোঁহাই ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও। তেওঁলোকে মুঠ নম্বৰ লাভ কৰিছে ৪৮১।

Apply Now

দ্বিতীয় স্থানত আছে তিনিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হৈছে- কাশ্মীৰ দাস, বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অনিশা কাশ্যপ, গোলাঘাট জাতীয় বিদ্যাপীঠ মহাবিদ্যালয় আৰু চাইমা, আব্দুল সাঁচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়, হোজাই।

তেওঁলোকে মুঠ নম্বৰ লাভ কৰিছে ৪৭৭।

তৃতীয় স্থানত ৪৭৩ নম্বৰে আছে ৭গৰাকীকৈ মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল-জোস্মিতা গোস্বামী কৃষ্ণকান্ত সন্দিকৈ জুনিয় কলেজ, বৰপেটা।

ফাৰহানুৰ ৰহমান, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়।

ময়ুৰীকা ডেকা ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ,দৰং।

সংগীত দাস, প্ৰাগ মেট্ৰিক একাডেমী জুনিয়ৰ কলেজ, কামৰূপ(গ্রাম্য)।

পলি বৰা, কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও।

প্ৰিয়াক্ষী বৰা, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

মৌমিতা কোঁৱৰ, ৰামেশ্বৰ ধানোৱা জুনিয় কলেজ ,তিনিচুকীয়া।

চতুৰ্থ স্থানত ৪৭২নম্বৰেৰে আছে চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- মানসী চহৰীয়া, ব্ৰিলিয়েণ্ট একাডেমী, দৰং। দেৱাশ্ৰী বৰা, কটন বিশ্ববিদ্যালয় কামৰূপ।

তুহিৰা জামান, মাধৱ দেৱ জুনিয়ৰ কলেজ নগাঁও। জুলি বৈশ্য, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

পঞ্চম স্থানত ৪৭১নম্বৰেৰে আছে চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- শৰৎ শইকীয়া, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধেমাজি। সম্পূৰ্না বাৎস্বয়া, অসম জাতীয় বিদ্যালয়ৰ কামৰূপ(ম)। কাবেৰী কোঁচ, ৰামানুজন জুনিয়ৰ কলেজ আৰু মালবিকা ভৰদ্বাজ, পি বি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী।

ষষ্ঠ স্থানত ৪৭০ নম্বৰেৰে আছে তিনিগৰাকীকে মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- ভাৰ্গব ফুকন, ক্ৰিচেণ্ট, একাডেমী যোৰহাট। স্বাগতা দত্ত, জিনিয়াছ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ আৰু হৰ্ষীতা বৰঠাকুৰ, কলং পাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ, নগাঁও।

সপ্তম স্থানত ৪৬৯নম্বৰেৰে আছে ৮গৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- অৱন্তী ৰয় বি এন কলেজ, ধুবুৰী। আন্নাশ্ৰী মহন্ত, ছল্টব্ৰুক একাডেমী , ডিব্ৰুগড়। অমিতেজ নাথ, গোলঘাত জাতীয় মহাবিদ্যালয়, গোলঘাট। দিব্য প্ৰতিম বৰা, আজাদ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ। উদিতা ইশানী কাকতি, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও। শতাব্দী পূজাৰী, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও। প্ৰিয়াংশ্ৰী গোস্বামী, ৰেনিচেন্স জুনিয়ৰ কলেজ, নগাঁও আৰু পৰিনীত বুজৰবৰুৱা, আচাম ভেলি একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।

অষ্টম স্থানত আছে ৪৬৮ নম্বৰেৰে চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল-অলিস্মিতা শৰণীয়া, কৃষ্ণকান্ত  সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা। ডেজি নাথ, ব্ৰুডশ একাডেমী জুনিয়ৰ কলেজ, বৰপেটা। আফ্ৰিন ইছলাম, এচ টি সাভাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড় আৰু প্ৰাপ্তি বৰুৱা, ফৰকাটিং জুনিয়ৰ কলেজ গোলাঘাট।

নৱম স্থানত আছে ৪৬৭ নম্বৰেৰে তিনিগৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- অজস্ৰোতা বশিষ্ঠ গোস্বামী, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও। এ’পল কাশ্যপ, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ যোৰহাট আৰু নম্ৰতা বৰুৱা, ৰামানুজন জুনিয় কলেজ, নগাঁও।

সেইদৰে, দশম স্থানত আছে ৪৬৬ নম্বৰে ৬গৰাকী মেধাৱী শিক্ষাৰ্থী।

তেওঁলোক হ’ল- চন্দ্ৰীকা কলিতা, কৃষ্ণকান্ত সন্দিকৈ জুনিয় কলেজ, বৰপেটা। অংকিতা ভূঞা, কিৰণ একাডেমী জুনিয় কলিজা, ধেমাজি। কৃষ্ণাৱালা দাস হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী। শুভাকাংশী আট্ৰেয়, ক্ৰীছেন্ট একাডেমী, যোৰহাট। চাহাব উদ্দিন, লালোক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মমিনা আষতা, লুইত একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd