DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰি হেৰুৱাই ভিক্ষা কৰাৰ অপৰাধত চৌদিয়ে ডিটেনশ্যন চেন্টাৰলৈ প্ৰেৰণ কৰিছে বহু ভাৰতীয়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 2:22 pm
Unemployed-Indians-in-Corona-went-to-Saudi-Arabia-to-beg
429
VIEWS
Share on FacebookShare on Twitter

কৰ’না সংকটৰ মাজত চৌদি আৰৱত চাকৰি হেৰুৱাই কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে বহু ভাৰতীয় নাগৰিক।

চৌদিত চাকৰি হেৰুওৱাৰ পাছত পথত ভিক্ষা কৰিবলৈ বাধ্য হৈছে প্ৰায় ৪৫০জন ভাৰতীয়ই। তেওঁলোকক ডিটেনশ্যন চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে।

ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত এই কথা জানিবলৈ দিছে সেই ভুক্তভোগী শ্ৰমিকসকলে।

উক্ত শ্ৰমিকসকল ভাৰতৰ তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, কাশ্মীৰ, বিহাৰ, দিল্লী, ৰাজস্থান, কৰ্ণাটক, হাৰিয়ানা, পঞ্জাৱ তথা মহাৰাষ্ট্ৰৰ বাসিন্দা।

শ্ৰমিকসকলে কৈছে যে ভিক্ষা কৰাৰ বাহিৰে তেওঁলোকে আন কোনো অপৰাধ কৰা নাই। তেওঁলোকক ভাড়াঘৰৰ পৰা উলিয়াই নি ডিটেনশ্যন চেন্টাৰত ৰখা হৈছে।

ডিটেনশ্যনত থকা সকলৰ ভিতৰত ৩৯জন হৈছে উত্তৰ প্ৰদেশৰ বাসিন্দা, ১০জন বিহাৰৰ বাসিন্দা, ৫জন তেলেংগানাৰ বাসিন্দা, মহাৰাষ্ট্ৰ, কাশ্মীৰ তথা কৰ্ণাটকৰ ৪জন আৰু অন্ধ্ৰ প্ৰদেশৰ এজন।

বাতৰি অনুসৰি, বৰ্তমান তেওঁলোক অতি মৰ্মান্তিক অৱস্থাত আছে। চাকৰি হেৰুৱাই পৰিস্থিতিৰ বাধ্যত পৰি পথত ভিক্ষা কৰিবলগীয়া হৈছে। বিগত চাৰি মাহ ধৰি তেওঁলোকে কঠিন পৰিস্থিতিৰ মাজত কটাইছে।

তেওঁলোকে জানিবলৈ দিয়া মতে, পাকিস্তান, বাংলাদেশ,ইন্দোনেছিয়া, শ্ৰীলংকাৰ শ্ৰমিকসকলক দেশলৈ উভতাই পঠিওৱা হৈছে যদিও তেওঁলোক এতিয়াও আৱদ্ধ হৈ আছে।

সমাজকৰ্মী আমজাদ উল্লাহ খানে জানিবলৈ দিয়ে যে অনুজ্ঞাপত্ৰ অবিহনে বেছিদিন থকাৰ বাবেই তেওঁলোকক ডিটেনশ্যন চেন্টাৰলৈ নিয়া হৈছে।

তেওঁ ইতিমধ্যে এই সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিদেশ মন্ত্ৰী এছ জয়শংকৰ, অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদ্বীপ সিং পুৰীক পত্ৰ লিখি এই ৪৫০জন ভাৰতীয়ক দেশলৈ ঘুৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

Recent News

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd