DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪৮ অসম নেভেল ইউনিট এনচিচিৰ উদ্যোগত ট্ৰেইনিং কেম্প ২০২২ বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 2, 2022 8:27 pm
411
VIEWS
Share on FacebookShare on Twitter

১৫ আগষ্টৰ বাবে একসপ্তাহ জোৰা কাৰ্যসূচীৰ লগত সংলগ্ন ৰাখি দ্বীপৰ বীল চাফা কৰা কার্যসূচীও গ্ৰহণ কৰিব এন চিচিয়ে।

মঙ্গলবাৰে বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৪৮ অসম নেভেল উনিত এনচিচিৰ ট্ৰেইনিং কেম্প ২০২২ বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠান।

এইবাৰ প্ৰথম বাৰৰ বাবে ট্ৰেইনিং কেম্পৰ পাছত এইদৰে লৰা- ছোৱালীৰ প্ৰতিভা দাঙি ধৰিবলৈ সুযোগ প্ৰদান কৰে ৪৮ অসম নেভেল ইউনিট এনচিচিয়ে।

অনুষ্ঠানত উপস্থিত থাকে ৪৮ অসম নেভেল ইউনিত এনচিচিৰ শীৰ্ষতম বিষয়া সকলৰ লগতে উপ আৰক্ষী মহাপৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাই। তাৰেই লগতে ট্ৰেইনিং কেম্পত যোগদান কৰা গুৱাহাটীৰ শিক্ষা খণ্ডৰ এন চিচিৰ কৰ্মচাৰীৰ সন্তানসকলে ।

এই ট্ৰেইনিং কেম্পত উপস্থিত হৈ LT CDR দেবানন্দ দলেই কয় ” পোন প্ৰথমবাৰৰ বাবে এইবাৰ ট্ৰেইনিং কেম্পৰ পাছত এইদৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। একেদৰে ১৫ আগষ্টৰ স্বাধীনতা দিৱৰ বাবেও ৭ দিনীয়া কাৰ্যসূচী হাতত লোৱা হৈছে। উক্ত কাৰ্যসূচীত ৰক্তদানৰ লগতে দ্বীপৰ বিল চাফা কৰা কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। লগতে থাকিব চাইকেল ৰেলীও।”

Recent News

17 fetuses found in garbaged dump

আৱৰ্জনাৰ মাজত ওলাল ১৭ টা ভ্ৰুণ: সন্দেহৰ আঙুলি ব্যক্তিগত খণ্ডৰ নাৰ্চিং হোমলৈ

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd