• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্যতম জনপ্ৰিয় বিদেশী টি-২০ লীগত খেলা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হ’ব টাম্বে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 7, 2020 11:59 am

1 min read

অন্যতম জনপ্ৰিয় বিদেশী টি-২০ লীগত খেলা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হ’ব টাম্বে
341
VIEWS
Share on FacebookShare on Twitter

মুম্বাইৰ প্ৰাক্তন স্পিনাৰ প্ৰবীণ টাম্বেক কেৰিবিয়ান প্ৰীমিয়াৰ লীগৰ দল ট্ৰিনবাগো নাইট ৰাইডাৰ্ছে নিলামৰ জৰিয়তে নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে।

এই চুক্তিবদ্ধৰ লগে লগে প্ৰবীণ টাম্বে হৈ পৰিল কেৰিবিয়ান প্ৰিমিয়াৰ লীগ খেলা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ।

প্ৰথম শ্ৰেণী ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ৪৮ বছৰীয়া টাম্বেইক চি পি এলত অংশ গ্ৰহণৰ বাবে এতিয়া প্ৰয়োজন বি চি চি আইৰ পৰা এখন প্ৰমাণপত্ৰ।

চি পি এলৰ ছয়টা ফ্ৰেঞ্চাইজিয়ে ১৮ আগষ্টৰ পৰা ১০ ছেপ্তেম্বৰলৈকে চলিব লগা টুৰ্ণামেণ্টৰ বাবে নিজৰ নিজৰ দল সমূহ নিৰ্বাচিত কৰে।

ক’ভিড-১৯ মহামাৰীৰ কাৰণে বিনা দৰ্শকেৰে টুৰ্ণামেণ্টৰ মেচ সমূহ অনুষ্ঠিত হ’ব।

এই সন্দৰ্ভত চি পি এলৰ তৰফৰ পৰা কয়, ‍‘অনলাইনযোগে অনুষ্ঠিত হোৱা নিলামত ৬ টা দলে কেৰিবিয়ানৰ লগতে বিদেশী খেলুৱৈকে নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ ভিতৰত আছে ৰাছিদ খান, মাৰ্কছ ষ্টইনিছ, ৰচ টেইলৰ, টাম্বে আৰি কাৰ্লছ ব্ৰেথৱেইটৰ দৰে ক্ৰিকেটাৰ’।

উল্লেখ্য যে প্ৰবীণ টাম্বেই ৪১ বছৰ বয়সত আই পি এলত পদাৰ্পণ কৰি সবাটোকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল। তেওঁ আই পি এলত ৩৩ খন মেচত অংশ লৈ ২৮ টা উইকেট দখল কৰিছিল।

Recent News

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

Teok

টীয়কত কা বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ সভা

index.jpg1

এজন চিৰিয়েল হত্যাকাৰীৰ কাহিনী : ১৮ গৰাকী মহিলাক হত্যা কৰি পুনৰ গ্ৰেপ্তাৰ হ’ল ৰামুলা

a mori

সংকটজনক অৱস্থাত চিকিৎসাধীন মাছৰ কৰ্মী বৈকুণ্ঠ শইকীয়া: আৰ্থিক সাহায্যৰ আহ্বান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd