• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসুস্থ পৃথিৱীৰ খৱৰ! কঙ্গোত গণ কবৰত উদ্ধাৰ শিশুসহ ৪৯ জন লোকৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 7:10 pm
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তিৰক্ষীসকলে মধ্য আফ্ৰিকাৰ দেশ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কঙ্গোৰ এটা গণ কবৰৰ পৰা শিশুসহ ৪৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। যোৱা সপ্তাহৰ শেষৰ পিনে তাত গাওঁবাসী আৰু উগ্ৰপন্থী গোটৰ মাজত ব্যাপক সংঘৰ্ষ হৈছিল।

কঙ্গোৰ উত্তৰে উগাণ্ডাৰ সৈতে সীমান্তৰ ওচৰত অৱস্থিত ইতুৰি প্ৰদেশ। যোৱা সপ্তাহৰ শেষতে তাৰ পৰা গণ কবৰটো উদ্ধাৰ কৰা হয়।

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ এজন মুখপাত্ৰ ফাৰহান হকে কৈছে যে মৃতদেহবোৰ লগালগি দুখন গাওঁৰ পৰা উদ্ধাৰ কৰা হৈছে। নিয়ামাম্বা গাঁৱৰ পৰা ৪২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ ভিতৰত ছয়টি শিশু। আনহাতে, চুবুৰীয়া মবগী গাঁৱৰ পৰা বাকী সাতটা মৃতদেহ উদ্ধাৰ কৰা হয়।

Apply Now

উত্তৰ কঙ্গোৰ এই অঞ্চলটো সদায়েই এক উত্তেজনাপূৰ্ণ অঞ্চল হিচাপে পৰিচিত হৈ আহিছে। ইয়াত কেইবাটাও উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী গোট সক্ৰিয় হৈ আছে। তেনে এটা গোট হৈছে কোডেকো। কোঅপাৰেটিভ ফৰ দ্য ডেভেলপমেন্ট অফ কঙ্গো নামৰ এই গোটটো মুখ্যতঃ লেণ্ডু কৃষকসকলৰ দ্বাৰা গঠিত। তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দী হৈছে হেমা ম’হপালকসকলক।

যোৱা সপ্তাহৰ শেষত, কোডেকোই অভিযান চলাবলৈ উত্তৰ কঙ্গোলৈ গৈছিল। অৱশ্যে, সংঘৰ্ষ আৰম্ভ হোৱাৰ অলপ পিছতে ৰাষ্টসংঘৰ শান্তিৰক্ষী বাহিনী গৈ তাত উপস্থিত হৈছিল। সেইদিনাই কবৰবোৰ নিৰ্মাণ কৰা হৈছিল নে নাই সেয়া জানিব পৰা হোৱা নাই যদিও একেদিনাই কবৰবোৰ শান্তিৰক্ষী বাহিনীৰ দৃষ্টিত পৰিছিল।

অৱশ্যে, শান্তিৰক্ষী বাহিনীৰ এজন মুখপাত্ৰই কয় যে অতীততো অঞ্চলটোত একাধিক সংঘৰ্ষ হৈছিল। কবৰবোৰ সেই সময়ৰো হ’ব পাৰে। কিন্তু শিশুসকলক যিধৰণে আক্ৰমণ কৰা হৈছে সেয়া অত্যন্ত মৰ্মান্তিক।

যোৱা কেইমাহমানত কঙ্গোত সংঘৰ্ষ যথেষ্ট বৃদ্ধি পাইছে। ডেৰ মাহত মুঠ ১৯৫ জন লোক নিহত হৈছে। শান্তিৰক্ষী বাহিনীৰ উপস্থিতিতো কেনেকৈ এই ঘটনা অব্যাহত আছে তাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd