• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম কন্যা হিমা অবিহনেই পদক জয় মিক্সড ৰিলে ইভেণ্টত

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , April 25, 2019 8:44 am

1 min read

704360-hima-das

হিমা দাসৰ ফাইল ফটো।উৎস-ইণ্টাৰনেট

1.6k
VIEWS
Share on FacebookShare on Twitter

পিঠিৰ বিষৰ বাবে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ পৰা অপ্ৰত্যাশিতভাৱে বাহিৰ হোৱা হিমাই প্ৰতিযোগিতাৰ ৪x৪০০ মিটাৰ মিক্সড ৰিলে ইভেণ্টৰ ভাৰতৰ পদক বিজয়ী দলটোতো অংশ ল’বলৈ সক্ষম নহ’ল। হিমা অবিহনেই ভাৰতীয় দলটোৱে লাভ কৰে ৰূপৰ পদক।

আঘাতৰ সমস্যাৰ পৰা মুক্ত হৈ থাকিলে ৪x৪০০ মিটাৰ মিক্সড ৰিলে ইভেণ্টত হিমা দাসে ভাৰতীয় দলত খেলাটো নিশ্চিত আছিল।

উল্লেখ্য যে যোৱা বছৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেইমছতো মিক্সড ৰিলে ইভেণ্টত ভাৰতে ৰূপৰ পদক পাইছিল আৰু উক্ত দলটোৰ অন্যতম সদস্য আছিল বিশ্ব জুনিয়ৰ চেম্পিয়ন অসম কন্যা হিমা দাস।

যোৱা ২১ এপ্ৰিলত প্ৰতিযোগিতাখনৰ ৪০০ মিটাৰ দৌৰৰ হিটছৰ মাজতে হিমা দাসে প্ৰচণ্ড পিঠিৰ বিষত ভোগে আৰু যাৰ ফলত স্প্ৰীণ্টাৰগৰাকীয়ে খেলৰ আধাতে ট্ৰেক এৰিব লগীয়া হৈছিল। ইয়াৰ বাবে মানসিকভাৱে কিছু হতাশগ্ৰস্তও হৈছিল হিমা।

কিন্তু হিমাৰ এই আঘাত চিকিৎসকে বিশেষ চিন্তনীয় নহয় বুলি কোৱাৰ লগতে দুই এদিনতে সুস্থ হৈ উঠিব বুলি জনাইছিল। চিকিৎসকৰ এই মন্তব্যৰ পাছতে ৪x৪০০ মিটাৰ মিক্সড ৰিলে ইভেণ্টত হিমাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি বহুতে আশা কৰিছিল যদিও সেয়া আঘাতৰ বাবে সম্ভৱ হৈ নুঠিল হিমাৰ বাবে।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd