• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

৫ টা খাদ্য : যিয়ে মানসিক চাপ আৰু উদ্বেগৰ সৃষ্টি কৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2023 7:03 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি খোৱা খাদ্যই কেৱল আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰতেই যে প্ৰভাৱ পেলাই তেনে নহয়, আমি খোৱা খাদ্যই আমাৰ মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়।

আমাৰ পাচন তন্ত্ৰক আমাৰ ‘দ্বিতীয় মগজু’ বুলি কোৱা হয়। আমাৰ পাচন তন্ত্ৰত থকা লাখ লাখ মাইক্ৰ’বায়’মৰ নামৰ অনুজীৱই আমাৰ পাচন তন্ত্ৰক আমাৰ স্নায়ুৰ লগত অনবৰতে সংযোজিত কৰি ৰাখে। ইয়ে আমাৰ মন–মেজাজ নিয়ন্ত্ৰণ কৰাত প্ৰভাৱ বিস্তাৰ কৰে।

Apply Now

আমাৰ পাচন তন্ত্ৰ আৰু আমাৰ মগজুৰ মাজত সংযোগ আছে। সেয়ে স্বাস্থ্যকৰ খাদ্যই আমাৰ মন–মেজাজ সুস্থিৰ কৰি ৰাখে। কিন্তু অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ ফলত আমাৰ পাচন তন্ত্ৰত সৃষ্টি হোৱা বেক্টেৰিয়াই আমাৰ মন মগজুত কুপ্ৰভাৱ পেলায়। যাৰ বাবে আমাৰ মন সুস্থিৰ হৈ নাথাকে।

কেৱল এয়াই নহয়, পুষ্টিৰ ভাৰসাম্যহীনতাই আমাৰ মানসিক অৱস্থাৰ ওপৰত বহু পৰিমাণে কুপ্ৰভাৱ পেলাব পাৰে। আনহাতে প্ৰ’বায়’টিক আৰু প্ৰিবায়’টিকে আমাৰ পাচনতন্ত্ৰ সুস্থ আৰু সুষম কৰি ৰাখে।

কিছুমান বিশেষ খাদ্য আছে যিবোৰ খাদ্য খাই আমি ভাল পালেও পিছত সেই খাদ্য আমাৰ মানসিক চাপ বৃদ্ধিৰ কাৰক হৈ পৰিব পাৰে।

ইয়াত কিছুমান খাদ্য উল্লেখ কৰা হ’ল যিবোৰ আমি সঘনাই সেৱন কৰাটো এৰাই চলিব লাগে। কাৰণ এইসমূহ খাদ্যই আমাৰ মানসিক চাপৰ মাত্ৰা বৃদ্ধি কৰে।

চেনিযুক্ত খাদ্য –

চেনিৰ লগত মানসিক উদ্বেগ আৰু মন–মেজাজৰ পৰিৱৰ্তনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। চেনিযুক্ত খাদ্য যেনে কেক, পেষ্ট্ৰি আদি খোৱাৰ ফলত আমাৰ তেজত বিশেষ ৰসায়নিক বিক্ৰিয়া ঘটে। যিয়ে আমাৰ শৰীৰৰ শক্তি অসন্তোলিত কৰিব পাৰে। যাৰ ফলত আমাৰ মনত উদ্বেগ আৰু চাপৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

কফি –

কফিত থকা কেফেইন নাম পদাৰ্থই আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উদ্দীপিত কৰে। অত্যধিক কফি সেৱনৰ ফলত হৃদস্পন্দন অস্বাভাৱিক হোৱাৰ লগতে ই আমাৰ মনটো খিংখিঙীয়া কৰিব পাৰে। অত্যধিক কফি সেৱনে অনিদ্ৰাৰো সৃষ্টি কৰিব পাৰে। শিথিলতা আৰু মেজাজ নিয়ন্ত্ৰণত সহায় কৰা তেজৰ ‘খাদ্যপ্ৰাণ খ’ক কেফেইনে বিকল কৰি দিব পাৰে।

ৰিফাইন –

ৰিফাইনত থকা কলেষ্টৰলে শৰীৰত প্ৰয়োজনতকৈ অধিক চেনিৰ সৃষ্টি কৰে। যাৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে। ই মনটো অস্থিৰ কৰি তোলে।

ভজা খাদ্য –

জাংক ফুড আৰু ফ্ৰাইড ফুড, যেনে পিজ্জা, ফ্ৰাইড চিকেন আদি হজম কৰাটো আমাৰ পাচন তন্ত্ৰৰ বাবে অত্যন্ত কঠিন। যেতিয়া শৰীৰে খাদ্য হজম কৰিব নোৱাৰে তেতিয়া অতিৰিক্ত গেছ, এচিড ৰিফ্লাক্স, আৰু অন্যান্য গেষ্ট্ৰাইটিছৰ সমস্যাই মানসিক উদ্বেগ সৃষ্টি কৰিব পাৰে।

কৃত্ৰিম মিঠা দ্ৰব্য –

কৃত্ৰিম মিঠাই হৈছে প্ৰাকৃতিক চেনিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা পদাৰ্থ। এক অধ্যয়নত প্ৰকাশ পাইছে যে NNS (non-nutritive sweeteners) ব্যৱহাৰ কৰিলে আমাৰ শৰীৰত মানসিক চাপ বৃদ্ধি পাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd