• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহৌষধ; দৈনিক কেচা নহৰু খোৱাৰ পাঁচটা উপকাৰিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2020 8:25 am
b6aff6d7ffa6c1258335023ccc83b3c1
133
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নহৰুৱে ব্যঞ্জনৰ সোৱাদত অন্য এক মাত্ৰা দিয়ে। কিন্তু নহৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰি আপুনি জানেনে? নহৰুত আছে কেইবাটাও স্বাস্থ্য উপযোগী গুণ আৰু সেয়েহে এতিয়াও ইয়াক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়।

থেতেলি চোবাই খালে নহৰুত বহুতো এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগল গুণ পোৱা যায় যিয়ে আনকি কেঞ্চাৰো প্ৰতিৰোধ কৰে বুলি দাবী কৰা হৈছে।

Apply Now

নহৰুৰ পাঁচটা বিশেষ উপকাৰিতাৰ কথা জানো আহক

  • ৰক্ত পৰিশোধক

মহিলাসকলে ভালকৈ জানে যে প্ৰতিদিনে শৰীৰৰ দাগ সমূহ কিমান মূৰৰ কামোৰণি হৈ পৰে। ইয়াৰ বাবে প্ৰকৃত সমস্যাটো নিৰাময় কৰাটো জৰুৰী আৰু ৰক্ত পৰিশোধনে বাহিৰৰ ছালক সতেজ কৰিব পাৰে। নহৰুৰ দুটা কোহ অলপ গৰম পানীৰে সৈতে প্ৰতিদিনে ৰাতিপুৱা সেৱন কৰক। এইটোৱে আপোনাৰ  চিষ্টেম পৰিষ্কাৰ কৰাৰ লগতে শৰীৰত থকা সকলো বিষাক্ত পদাৰ্থ উলিয়াই দিব।

  • চৰ্দি আৰু জ্বৰ

প্ৰাচীন কালৰে পৰা চৰ্দি আৰু জ্বৰ নিৰাময়ৰ বাবে নহৰুৱে এক গুৰুত্বপূৰ্ণ নিদান হিচাপে ব্যৱহাৰ হৈ আহিছে। ই পানী লগাত ভূগি থকাৰ পৰা শীঘ্ৰেই সকাহ দিয়াই নহয় লগতে সঘনাই হৈ থকা এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতাও গঢ়ি তোলে। প্ৰতিদিনে ২-৩ কোহ কেচা বা ৰন্ধা নহৰু খাওক বা কেইবাৰমান নহৰুৰ চাহ খাওক।

  • হাৰ্ট ৰোগ প্ৰতিৰোধী

প্ৰতিদিনে নহৰু খালে কলেষ্টৰেলৰ পৰিমান হ্ৰাস পায় কিয়নো ইয়াত এন্টি অক্সিডেন্ট ভৰপূৰ থাকে। ই ৰক্তচাপ আৰু ব্লাড ছুগাৰো নিয়ন্ত্ৰণ কৰাত উপকাৰী। আপুনি ইয়াৰ সম্পূৰ্ণ উপকাৰিতা লাভ কৰিবলৈ কেচা বা আধা সিজাই নহৰু খাওক।

  • ছাল আৰু চুলিৰ বাবে

নহৰুত থকা শক্তিশালী গুণসমূহে ছালক  মুক্ত কণাৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে আৰু বয়স্ক ছালত আহি পৰা সতেজহীনতা সৃষ্টিকাৰী কোলেজনৰ শুষ্কতাক স্থবিৰ কৰি তোলে। নহৰুৱে ফাংগ্যল সংক্ৰমণৰ দ্বাৰা সংক্ৰমিত ছালৰ ক্ষেত্ৰত আচৰিত কাম কৰে আৰু খজুৱতিৰ দৰে ছালৰ ৰোগত সকাহ দিয়ে। বটি লোৱা নহৰু মূৰত ঘহিলে বা নহৰু মিহলি তেল মালিচ কৰিলে চুলি সৰা প্ৰতিৰোধ কৰাৰ লগতে চুলি গজাতো সহায় কৰে।

  • কেঞ্চাৰ প্ৰতিৰোধ

কেইবাটাও গৱেষণাই সদৰী কৰিছে যে দৈনিক নহৰু সেৱন কৰিলে পেট আৰু কলেষ্টৰেল কেঞ্চাৰ প্ৰতিৰোধত ই সহায় কৰিব পাৰে। ই লগতে কেঞ্চাৰৰ বিৰুদ্ধে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd