• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুল বেজী দিয়াৰ বাবে ৫ জন ৰোগীৰ মৃত্যু: দেশজুৰি আলোড়নৰ সৃষ্টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2025 5:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ভুল বেজীৰ বাবে ৫ জন ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে নিশা ওড়িশাৰ কোৰাটপুৰৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি নিহত লোকসকল দক্ষিণ ওড়িশাৰ বিভিন্ন অঞ্চলৰ বাসিন্দা। ইয়াৰে তিনিজন আইচিইউত চিকিৎসাধীন হৈ আছিল। বাকীসকলক জেনেৰেল ৱাৰ্ডত ভৰ্তি কৰা হয়। মঙলবাৰে নিশা চিকিৎসালয়খনৰ নাৰ্চে তেওঁলোকক বেজী দিছিল। অভিযোগ অনুসৰি ইয়াৰ পাছতে ৫জন ৰোগীৰ মৃত্যু হয়। সমগ্ৰ ঘটনাক লৈ চিকিৎসালয় চৌহদত উত্তেজনা সৃষ্টি হয়। সেই নিশা মৃতকৰ পৰিয়ালৰ লোকে চিকিৎসালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। তেওঁলোকৰ হস্তক্ষেপৰ বাবেই প্ৰতিবাদৰ সূত্ৰপাত হয়। ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে তেওঁলোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

Apply Now

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চিকিৎসালয়ৰ অধীক্ষক সুশান্ত কুমাৰ চাহুৱে কয় যে, “ৰোগীসকলৰ উচ্চ ৰক্তচাপ আছিল। তেওঁলোকৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছিল। আমি তেওঁলোকক নিয়ম অনুসৰি বেজী দিছিলোঁ। কিন্তু বেজীয়ে কাম কৰা নাছিল যেন লাগে। সেইবাবেই তেওঁলোকৰ মৃত্যু হৈছিল।” তেওঁ লগতে কয়, “মৃতকৰ পৰিয়ালে যি অভিযোগ উত্থাপন কৰিছে সেয়া ভিত্তিহীন। অৱশ্যে আমি ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছো। মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে জানিব পৰা যাব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm
বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

July 3, 2026 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm
বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd