• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ডত দুটি শিশু, এগৰাকী মহিলাকে ধৰি ৫ জন লোকৰ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2019 10:57 am
fire 2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নিশা ডিব্ৰুগড়ৰ নিজ কদমণিত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডটোত অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যুক সাৱটি লৈছে ৫জন লোকে।

অগ্নিকাণ্ডটোত মৃত্যু হোৱা লোককেইজনৰ মাজত আছে একেটা পৰিয়ালৰ ৪জনকৈ লোক।

Apply Now

নিশা শুই থকা অৱস্থাতে ঘৰটোত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ভয়মকৰ অগ্নিকাণ্ডটোৰ ফলত অগ্নিদগ্ধ হৈ দুটি শিশু, এগৰাকী মহিলাসহ ৫ জন লোকৰ থিতাতে মৃত্যু হয়।

মায়া দেৱী নামৰ মহিলাগৰাকীৰ ৩টা বাসগৃহ এই অগ্নকাণ্ডৰ ফলত জুইত ভস্মীভূত হয়। নিশা প্ৰায় ডেৰ বজাত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি নিশ্চিত কৰা হৈছে।

অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত পৰিয়ালটোৰ সকলো শুই থকাৰ বাবে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে লোককেইজন।

অগ্নিকাণ্ডটোৰ ফলত মাতৃ মায়া দেৱী, পুত্ৰ বিশাল সোণাৰ, দুগৰাকী নাতি ক্ৰমে শিবু সোণাৰ আৰু শংকু সোণাৰৰ লগতে তেওঁলোকৰ ঘৰৰ কাম কৰা নুনু নামৰ লোকজনৰ কৰুণভাৱে মৃত্যু হয়।

ডিব্ৰুগড়ৰ নিজ কদমনিৰ এই ভয়ংকৰ অগ্নিকাণ্ডটোত ৫জনকৈ লোকে কৰুণভাৱে মৃত্যুক সাৱটি লোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্য মন্ত্ৰীয়ে উপায়ুক্তক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ বাবদ ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰো নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm
নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

September 15, 2026 1:24 pm
১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd