• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত আৰক্ষীৰ অভিযান: ব্ৰহ্মপুত্ৰৰ কাৰেং চাপৰিৰ পৰা মাৰণাস্ত্ৰসহ পাঁচ চোৰাংচিকাৰী আটক

উত্তম শইকীয়া  by উত্তম শইকীয়া 
April 23, 2021 7:11 pm
ri
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক গোপন তথ্যৰ আধাৰত ব্ৰহ্মপুত্ৰৰ কাৰেং চাপৰিত বৃহস্পতিবাৰৰ নিশা বোকাখাত আৰক্ষীয়ে এক অভিযান চলাই পাঁচজন গঁড় চিকাৰীক আটক কৰে৷

অভিযানকালত চোৰাংচিকাৰী দলটোয়ে গোপন স্থানত লুকুৱাই থোৱা এটা একে৫৬ আৰু এটা .৩১৫ ৰাইফলৰ লগতে ১৮ জাঁই ৩৹৩ৰাইফলৰ, ১০জাঁই.৩১৫ৰাইফলৰ আৰু ৮জাঁই একে৫৬ৰ সজীৱ গুলীৰ লগতে এটা.৩১৫ ৰাইফলৰ এটা খালী গুলীও উদ্ধাৰ কৰে বোকাখাত আৰক্ষীৰ অভিযানকাৰী দলে৷

বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই জনোৱা তথ্য মতে চোৰাংচিকাৰীৰ দলটোয়ে কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰাৰ এক গোপন তথ্যৰ আৰক্ষীয়ে লাভ কৰিছিল ৷

এই তথ্যৰ আধাৰতে অভিযান চলাই বোকাখাত আৰক্ষীয়ে যোৰহাট পুলিবৰ থানাৰ অধীনৰ কাৰেং চাপৰিৰ পৰা পাঁচজন চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়৷

আটক কৰা চোৰাংচিকাৰী কেইজন হ’ল বোকাখাত চহলা চাপৰিৰ হীৰালালচৌধুৰী, গহপুৰৰ দ্বীপেনপেগু, গোপেশ্বৰ পেগু ওৰফে ভাইটি, ৰঞ্জিত কুটুম আৰু যোৰহাট পুলিবৰৰ অচিন্ত মৰাং৷

চোৰাংচিকাৰীৰ এই দলটো কাজিৰঙাৰ গঁড় হত্যাৰ একাধিক ঘটনাৰ সৈতেও  জড়িত বিষয়া গৰাকীয়ে জনায় ৷

ঘটনাৰসন্দৰ্ভত অধিক তথ্যৰ বাবে বোকাখাতৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷  ফলত অচিৰেই আৰু অধিক চোৰাংচিকাৰী কৰায়ত্ব হোৱাৰ সম্ভাৱনা আছে৷

উত্তম শইকীয়া 

উত্তম শইকীয়া 

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অৱহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অৱহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd