• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিদ্যালয়লৈ জিন্স পিন্ধি অহা পাঁচ গৰাকী শিক্ষকক কাৰণ দৰ্শোৱা জাননী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 2, 2021 3:54 pm

1 min read

বিদ্যালয়লৈ জিন্স পিন্ধি অহা পাঁচ গৰাকী শিক্ষকক কাৰণ দৰ্শোৱা জাননী

প্ৰতিনিধিত্বমূলক চিত্ৰ

375
VIEWS
Share on FacebookShare on Twitter

দেশত পূৰ্বে কেতিয়াও নোহোৱা নোপোজা এটা ঘটনা মহাৰাষ্ট্ৰৰ আদিবাসী জিলা পালঘৰত সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে পালঘৰৰ এখন বিদ্যালয়ৰ পাঁচগৰাকী শিক্ষকে স্কুললৈ জিন্স পিন্ধি অহাৰ বাবে তেওঁলোকক কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে।

বিক্ৰমগড় তহচিলৰ শিক্ষা বিভাগে পাঁচোগৰাকী শিক্ষকলৈ এই জাননী জাৰি কৰিছে।

চৰকাৰৰ নিয়ম অনুসৰি শিক্ষকসকলে শালীনতা বজাই ভাল কাপোৰ পিন্ধি বিদ্যালয়লৈ আহিব লাগে।

এই শিক্ষক কেইগৰাকীয়ে অহা দুদিনৰ ভিতৰত কাৰ্যালয়লৈ আহি তেওঁলোকৰ উত্তৰ দিব লাগিব। নিৰ্ধাৰিত সময়ত উত্তৰ নিদিলে তেওঁলোকৰ ওপৰত পৰৱৰ্তী ব্যৱস্থা লোৱা হ’ব।

মহাৰাষ্ট্ৰ চৰকাৰে চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে এটা ড্ৰেছ কোড ৰূপায়ণ কৰিছে। এই ড্ৰেছ কোড অনুসৰি, এতিয়া চৰকাৰী কাৰ্যালয়ত জিন্স পিন্ধিব নোৱাৰে।

কৰ্তব্যৰ সময়ত ক’ত, কেনেকৈ আৰু কি কাপোৰ পিন্ধিব লাগে তাৰ বাবে এটা বিজ্ঞপ্তি জাৰি কৰিছিল।

উল্লেখ্য যে কিছুদিন পূৰ্বে যেতিয়া চৰকাৰে এই নিয়মটো প্ৰৱৰ্তন কৰিছিল তেতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

এই নিয়মৰ আঁৰত চৰকাৰৰ উদ্দেশ্য আছিল চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতি জনসাধাৰণৰ মনোভাৱ সলনি কৰা।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd