• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড সাহায্য পুঁজিলৈ ৫০ কোটিৰো অধিক টকাৰ বৰঙণি আগবঢ়াইছে পাঁচখন গাঁৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2020 7:25 pm
121125-rup111222
365
VIEWS
Share on FacebookShare on Twitter

১ কোটি দুই কোটি নহয়। কোভিড সাহায্য পুঁজিলৈ মুঠ ৫০ কোটিৰো অধিক টকাৰ বৰঙণি আগবঢ়াইছে পাঁচখন গাঁওৱে।

কোভিড সাহায্য পুঁজিলৈ ৫০ কোটি টকা বৰঙণি আগবঢ়াই চৰ্চালৈ অহা গাঁওকেইখন হৈছে হাৰিয়ানাৰ।

ৰাজ্য চৰকাৰৰ কোভিড সাহায্য পুঁজিলৈ এই বিপুল পৰিমাণৰ বৰঙণি আগবঢ়োৱা গাঁওকেইখন হৈছে ক্ৰমে গুৰুগ্ৰামৰ পাল্ৰা, চুনিপটৰ চেৰ্চা আৰু ৰামপুৰ, পাণিপটৰ বাল জট্টান আৰু নাৰ্নোলৰ নাছিপুৰ।

ইয়াৰ ভিতৰত পাল্ৰা গাঁওখনে সৰ্বাধিক ২১ কোটি টকা বৰঙণি আগবঢ়াইছে ৰাজ্যখনৰ কোভিড সাহায্য পুঁজিলৈ।

অন্য কেইখন গাঁও ক্ৰমে চেৰ্চা, ৰামপুৰ আৰু বাল জট্টানে ১১.৫ কোটি, ২.৫ কোটি আৰু ১০.৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছে কোবিড সাহায্য পুঁজিলৈ।

আনহাতে নাছিপুৰে যোৱা ৩০ জুলাইৰ ভিতৰত ৫ কোটি টকাৰ বৰঙণি আগবঢ়ায়।

উল্লেখ্য যে, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে ৰাজ্যবাসীৰ প্ৰতি কোভিড সাহায্য পুঁজিলৈ দান বৰঙণি আগবঢ়াবলৈ আবেদন জনাইছিল।

ইয়াৰ পিছতে গাঁও পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ উদ্যোগত বৰঙণিসমূহ সংগ্ৰহৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছিল।

স্মৰ্তব্য যে, বৰ্তমানলৈকে হাৰিয়ানাত ৪০,৮৪৩ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৭৪ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে।

Tags: COVID-19

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd