• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাৰ্চৰ পৰা ATM ত আৰু পোৱা নাযাব ৫০০ টকীয়া নোট! কি ক’লে আৰবিআই আৰু চৰকাৰে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2026 11:41 am
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি পুনৰ ৫০০ টকীয়া নোটক লৈ এক খবৰ বিয়পি পৰিছে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা কেইবাটাও পোষ্ট আৰু ভিডিঅ’ত দাবী কৰা হৈছে যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই এটিএমত আৰু ৫০০ টকীয়া নোট উপলব্ধ নহ’ব। আনকি ভাৰতীয় ৰিজাৰ্ভ বেংকে এই মূল্যৰ নোট ছপা কৰাটোও বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বুলি প্ৰচাৰ চলোৱা হৈছে। এই খবৰে স্বাভাৱিকতে সাধাৰণ ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি কৰিছে।

অৱশ্যে এই উৰাবাতৰিৰ বিৰুদ্ধে এতিয়া কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে পোনপটীয়া স্থিতি গ্ৰহণ কৰিছে। চৰকাৰী তথ্য সংস্থা প্ৰেছ ইনফৰমেচন ব্যুৰো চমুকৈ পিআইবিয়ে এই সন্দৰ্ভত এক স্পষ্ট বিবৃতি প্ৰদান কৰিছে।

Apply Now

শুকুৰবাৰে পিআইবিয়ে জনাইছে যে ছচিয়েল মিডিয়াত বিয়পি পৰা এই দাবীসমূহ সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা। দেশৰ শীৰ্ষ বেংক আৰবিআইৰ তৰফৰ পৰা এনে কোনো নিৰ্দেশনা বা ঘোষণা জাৰি কৰা হোৱা নাই।

পিআইবিয়ে তেওঁলোকৰ এক্স হেণ্ডেলৰ জৰিয়তে স্পষ্ট কৰি দিছে যে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ৫০০ টকীয়া নোট ছপা বন্ধ কৰাৰ যি খবৰ বিয়পিছে সেয়া সম্পূৰ্ণ ভুৱা। চৰকাৰীভাৱে জনোৱা হৈছে যে ৫০০ টকীয়া নোট এতিয়াও সম্পূৰ্ণৰূপে বৈধ আৰু নাগৰিকসকলে আগৰ দৰেই এই নোটৰ জৰিয়তে লেনদেন অব্যাহত ৰাখিব পাৰিব। ইয়াৰ উপৰিও চৰকাৰে সাধাৰণ ৰাইজক এনে ধৰণৰ উৰাবাতৰিত গুৰুত্ব নিদিবলৈ সতৰ্ক কৰি দিছে। যিকোনো বিত্তীয় তথ্য বিশ্বাস কৰাৰ আগতে সেয়া চৰকাৰী উৎসৰ পৰা পৰীক্ষা কৰি লবলৈও আহ্বান জনোৱা হৈছে।

উল্লেখযোগ্য যে ৫০০ টকীয়া নোট বাতিলক লৈ এনে উৰাবাতৰি এয়াই প্ৰথম নহয়। ২০১৬ চনৰ নোটবন্দীৰ পিছৰে পৰা সময়ে সময়ে এনেধৰণৰ মিছা খবৰ প্ৰচাৰ হৈ আহিছে। ইয়াৰ পূৰ্বে যোৱা আগষ্ট মাহত কেন্দ্ৰীয় মন্ত্ৰী পংকজ চৌধুৰীয়েও সংসদত স্পষ্ট কৰি দিছিল যে চৰকাৰৰ এনে কোনো পৰিকল্পনা নাই। এটিএমসমূহত ১০০ আৰু ২০০ টকীয়া নোটৰ সমান্তৰালভাৱে ৫০০ টকীয়া নোটৰ যোগান পূৰ্বৰ দৰেই অব্যাহত থাকিব। গতিকে বৰ্তমান এই নোটক লৈ কোনো ধৰণৰ পৰিৱৰ্তনৰ সিদ্ধান্ত লোৱা হোৱা নাই আৰু ৰাইজক আতংকিত নহ’বলৈ প্ৰশাসনে অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd