• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছত অপ্ৰতিৰোধ্য খহনীয়াঃ ৫০০০ কৰ্মীয়ে এৰিব হাতৰ সংগ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 2, 2022 5:06 pm
congressfla
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংকটত পৰিছে গান্ধী পৰিয়াল।কংগ্ৰেছৰ বাহিৰত এতিয়া চলিছে আজাদৰ যাদু৷গুলাম নবী আজাদে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত এটা নতুন দল গঠনৰ কথা ঘোষণা কৰাৰ পিছতে এতিয়া হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি আজাদৰ লগ লাগিবলৈ উথপথপ লগাইছে৷ এতিয়ালৈকে জম্মু আৰু কাশ্মীৰত শ শ কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে৷ ইয়াৰ উপৰিও গুলাম নবী আজাদৰ সমৰ্থনত ৫,০০০ কৰ্মীয়েও কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ এই ক্ষতি হিমাচল আৰু হাৰিয়ানালৈ বিয়পি পৰিছে।

এফালে ভূপিন্দৰ সিং হুদাৰ গুলাম নবী আজাদৰ সৈতে হোৱা বৈঠকে হাৰিয়ানা কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰিছে, আনহাতে হিমাচলতো আনন্দ শৰ্মাৰ ‘আজাদ যাদুৰ’ৰ ক্ৰিয়া দেখা গৈছে। বুধবাৰে কংগ্ৰেছে পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰকে ধৰি ১০ টা গেৰাণ্টি ঘোষণা কৰাৰ সময়তো কৰ্মীসকলৰ পৰা বিশেষ সঁহাৰি লাভ নকৰিলে। কংগ্ৰেছৰ এই অভিযানৰ সময়ত আনন্দ শৰ্মাৰ দৰে নেতাসকল অনুপস্থিত আছিল।

Apply Now

আনন্দ শৰ্মাই হিমাচল প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰিছে। এনে পৰিস্থিতিত, তেওঁৰ অনুপস্থিতিয়ে দলটোক অধিক ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে।গুলাম নবী আজাদৰ প্ৰভাৱৰ বাবে হাৰিয়ানাতো নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে। সোমবাৰে গুলাম নবী আজাদক সাক্ষাৎ কৰা নেতাসকলৰ ভিতৰত আনন্দ শৰ্মা, ভূপিন্দৰ সিং হুডা আৰু পৃথ্বীৰাজ চৱন অন্যতম আছিল।

এতিয়া হাৰিয়ানাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা কুমাৰী চেলজাই ভূপিন্দৰ সিং হুডাৰ বিৰুদ্দে হাইকমাণ্ডে ব্যৱস্থা লোৱা উচিত বুলি মন্তব্য কৰিছে৷ শেহতীয়াকৈ হুডাৰ ঘনিষ্ঠ সহযোগী উদয়ভানক ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছত হাইকমাণ্ডে ভাবিছিল যে এতিয়া হাৰিয়ানাত কংগ্ৰেছত বিসম্বাদৰ সমাপ্তি ঘটিব। কিন্তু তেনে হোৱা নাই৷ হুডা দুবাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আছিল আৰু জাট সকলৰ মাজত তেওঁ বেছ জনপ্ৰিয়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd