• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও জিলাৰ চাহ বাগিচা অঞ্চলত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ, স্বাস্থ্য মন্ত্ৰীৰ জৰুৰী বৈঠক

২৩ খন বাগিচাত ৫০১ জন লোক আক্ৰান্ত , এজনৰ মৃত্যু

 ৰিদিপ শৰ্মা by  ৰিদিপ শৰ্মা
May 29, 2021 7:44 pm
np
282
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চাহ বাগিচা অঞ্চলত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ ঘটিছে। ইতিমধ্যে বাগিচা অঞ্চলৰ বহু লোক কোভিডত আক্ৰান্ত হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কলিয়াবৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হয় এখন জৰুৰী বৈঠক ।

ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণৰ ফলত চাহ বাগিচা সমূহত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।
জিলাখনৰ মুঠ ২৩ খন চাহ বাগিচাৰ পৰিচালক¸নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক¸ বিষয়া কৰ্মচাৰী¸নগাঁও সদৰ¸ৰহা¸চামগুৰি¸কলিয়াবৰৰ স্বাস্থ্য বিভাগ¸প্ৰশাসনৰে ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

জিলাখনত থকা মুঠ ২৩ খন বাগিচাত ৫০১ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২৫৫ জন সুস্থ হৈছে আৰু ২৪৫ জন চিকিৎসাধীন হৈ আছে আৰু এজনৰ মৃত্যু হৈছে।

এনে পৰিস্থিতিত চাহ বাগিচা সমূহত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে মিছা প’ল ক্লাৱত এই বিশেষ বৈঠকত মিলিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

ক’ভিডৰ তৃতীয় ঢৌত যাতে শিশুসকলক সুৰক্ষিত ভাবে ৰাখিব পাৰি তাৰ বাবে শিশু আই চি ইউ বিচনাৰ ব্যৱস্থা কৰা হ’ব বুলি জনায় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd