• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 17, 2021 8:53 pm

1 min read

PETUGAS RAWAT PESAKIT COVID-19
344
VIEWS
Share on FacebookShare on Twitter

অতিমাৰী কোভিডৰ বিৰুদ্ধে পৰম আশা লৈ কালি  ভেকচিন প্ৰদানৰ প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে দিল্লীতো কালি বহু লোকক কোভিডৰ ভেকচিন প্ৰদজান কৰা হয়।

ভেকচিন গ্ৰহণ কৰা লোকসকলৰ ভিতৰৰে ৫১ জন লোক অসুস্থ হৈ পৰা বুলি আজি দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে প্ৰকাশ কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে ভেকচিন গ্ৰহণ কৰা সকলৰ মাজৰে ৫১ জনৰ ক্ষেত্ৰত ভেকচিনৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া হৈছে।

তেওঁলোকৰ মাজৰে ৫০ জনৰে স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও এজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক এইমছৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে।

ভেকচিন গ্ৰহণ কৰি স্বাস্থ্যৰ অৱনতি ঘটা লোক জনৰ বয়স ২২ বছৰ আৰু তেওঁ এইমছতে ছিকিউৰিটি গাৰ্ডৰ কাম কৰে বুলি দিল্লীৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে দিল্লীৰ ৮১ টা কেন্দ্ৰত মুঠ ৪,৩১৯ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হয়।

কালি দিল্লীত মুঠ ৮,১১৭ গৰাকী স্বাস্থ্য কৰ্মীয়ে ভেকচিন গ্ৰহণ কৰাৰ কথা আছিল যদিও প্ৰায় আধা সংখ্যকেহে ভেকচিন লয়।

এই ক্ষেত্ৰত মন্তব্য কৰি দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কয় যে ভেকচিন গ্ৰহণ কৰাটো যিহেতু বাধ্যতামূলক নহয় সেয়ে চৰকাৰে এই ক্ষেত্ৰত কাকো হেঁচা দিব নোৱাৰে।

Recent News

কমিউনিষ্টসকলক য’তে দেখে, ঠিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

কমিউনিষ্টসকলক য’তে দেখে, ঠিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd