DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ পূৰ্বাঞ্চলৰ ৫১ গৰাকী বৰ্তমানৰ আৰু ৩৫ গৰাকী প্ৰাক্তন সাংসদ-বিধায়কৰ বিৰুদ্ধে চলিছে গোচৰ

অসমত বিধায়কৰ বিৰুদ্ধে নিষ্পত্তি নোহোৱাকৈ আছে ৩৫ টা গুৰুতৰ অপৰাধৰ গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2020 4:29 pm
law
255
VIEWS
Share on FacebookShare on Twitter

অপৰাধী সাংসদ-বিধায়কেৰে ভৰিছে দেশৰ বিভিন্ন ৰাজ্যৰ  বিধানসভা আৰু সংসদ ভৱন।

ইয়াৰে ৫১ গৰাকী বৰ্তমানৰ সাংসদ-বিধায়কৰ লগতে ৩৫ গৰাকী প্ৰাক্তন সাংসদ বিধায়কেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ।

শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ অপৰাধী সাংসদ-বিধায়কৰ তথ্য পোহৰলৈ আহিছে উচ্চতম ন্যায়ালয়ৰ মজিয়াত।

২০১৬ চনতে অশ্বিনী কুমাৰ উপাধ্যায় নামৰ লোকজনে কৰা এখন ৰাজহুৱা স্বাৰ্থ জৰিত আবেদনৰ আঁত ধৰি অধিবক্তা বিজয় হাঞ্চাৰিয়া আৰু স্নেহা কলিতাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদন  অনুসৰি বিভিন্ন গোচৰত অভিযুক্ত উত্তৰ পূৰ্বাঞ্চলৰ ৮৬ গৰাকী বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদ-বিধায়কে এতিয়া কোনো শাস্তিৰ সন্মুখীন নোহোৱাকৈয়ে মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে।

অথচ তেওঁলোকৰ মাজৰে ১১ গৰাকী বৰ্তমানৰ আৰু ৯ গৰাকী প্ৰাক্তন সাংসদ- বিধায়কে কৰা দোষ ইমানেই গুৰুতৰ যে শাস্তি ঘোষণা হ’লে তেওঁলোকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱাটো খাটাং।

দেশৰ বিভিন্ন আদালতত বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদ-বিধায়কৰ বিৰুদ্ধে চলি আছে ৪,৪৪২টা গোচৰ।

ইয়াৰে ২৫,৫৬ টা গোচৰেই চলি আছে বৰ্তমানৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে।

কিন্তু এই গোচৰ সমূহৰ নিষ্পত্তি আজিলৈকে হোৱা নাই।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে অসমত নিষ্পত্তি নোহোৱাকৈ পৰি ৰোৱা এনে গোচৰৰ সংখ্যা ৩৫ টা।

এই গোচৰ সমূহৰ ২৫টা গোচৰেই আছে অসমৰ বৰ্তমানৰ ২৫ গৰাকী  বিধায়কৰ বিৰুদ্ধে।

২৫ টা গোচৰৰ ভিতৰৰে ১২ টাই যাৱজ্জীৱন কাৰাদণ্ডৰ যোগ্য গোচৰ।

অসমৰ বিৰোধী দলৰ বৰ্তমানৰ ৮ গৰাকী বিধায়কৰ বিৰুদ্ধে আছে এনে গোচৰ।

মণিপুৰত  বিধায়কৰ বিৰুদ্ধে থকা গোচৰৰ সংখ্যা ১৫টা,মিজোৰামত ৪টা,অৰুণাচলত ১৭ টা,ত্ৰিপুৰাত ১০ টা গোচৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে চলি আছে।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd