• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঈশ্বৰপ্ৰাপ্তি! চাৰধাম যাত্ৰাৰ ১৬ দিনত মৃত্যুক আকোৱালি ল’লে ৫২ গৰাকী তীৰ্থযাত্ৰীয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 26, 2024 4:39 pm
17.4k
VIEWS
Share on FacebookShare on Twitter

ইজনৰ পিছত সিজনকৈ তীৰ্থযাত্ৰীৰ মৃত্যুৰ খবৰে কঁপাইছে দেশ। চাৰধাম যাত্ৰাৰ ১৬ দিনত মৃত্যু হৈছে ৫২ গৰাকীকৈ তীৰ্থযাত্ৰীৰ।

ইয়াৰে ২৩ জন লোকৰ মৃত্যু হৈছে কেদাৰনাথত।

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃতকসকলৰ ভিতৰত ৪০ জনৰ বয়স ৫০ বছৰৰ ওপৰৰ।

গড়ৱালৰ প্ৰশাসনিক বিষয়া বিনয় শংকৰ পাণ্ডেয়ে জনোৱা মতে, ১৬ দিনত ৫২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। খোদ কেদাৰনাথতে ২৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও বদ্ৰীনাথত ১৪ জন, যমুনোত্ৰীত ১২ জন আৰু গংগোত্ৰীত ৩ জন লোকৰ মৃত্যু হৈছে।

চৰ্ধামলৈ অহা তীৰ্থযাত্ৰীসকলৰ নিয়মীয়াকৈ পৰীক্ষা কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে অৱগত কৰে। এই যাত্ৰাত স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি পঞ্জীয়নলৈকে সকলো পৰীক্ষা কৰাৰ পিছতহে যাত্ৰাৰ অনুমতি প্ৰদান কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ সময়ত কোনো তীৰ্থযাত্ৰীৰ অসুবিধা ধৰা পৰিলে যাত্ৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।

উল্লেখ্য যে যোৱা ১০ মে’ত কেদাৰনাথ, যমুনোত্ৰী আৰু গংগোত্ৰী ধামৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হয়। লগতে ১২ মে’ত মুকলি কৰি দিয়া হয় বদ্ৰীনাথৰ দুৱাৰ। ইয়াৰ পিছতেই দৰ্শকৰ ভিৰ বৃদ্ধি হয় তীৰ্থসমূহত।

Recent News

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

আই পি এলৰ টিকট কেলেংকাৰী আৰু জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হায়দৰাবাদ ক্ৰিকেটৰ মুৰব্বী

আই পি এলৰ টিকট কেলেংকাৰী আৰু জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হায়দৰাবাদ ক্ৰিকেটৰ মুৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd