• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ৰ নিৰ্বাচনী প্ৰচাৰ সভাত অমিত শ্বাহ : উন্নয়নৰ বাবে মুকুল চাংমাৰ চৰকাৰে কেন্দ্ৰক সহযোগিতা নকৰাৰ অভিযোগ তুলিলে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2018 6:05 pm
BJP-rally
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দলৰ পৰিচিত ৰাজনৈতিক কৌশল অৱলম্বনেৰে আজি বিজেপিয়ে নিৰ্বাচন অভিমুখী মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিলে। আজি ৰাজ্যখনত দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এখন জনসভাত অংশ গ্ৰহণ কৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰই কৰা চেষ্টাত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰখন সহযোগিতা নকৰাৰ অভিযোগ তোলে। গুজৰাটৰ নিৰ্বাচনৰ দলীয় প্ৰচাৰ সভাত প্ৰধান মন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হৈ থকা সময়ত তেওঁক কেন্দ্ৰই সহযোগিতা নকৰাৰ অভিযোগ তোলাৰ দৰে ইয়াত ৰাজ্য খনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰখনে কেন্দ্ৰক সহযোগিতা নকৰাৰ অভিযোগ উত্থাপন কৰি প্ৰায় একে কৌশল অৱলম্বন কৰিলে অমিত শ্বাহে। নিজৰ ভাষণত অমিত শ্বাহে কয় যে কেন্দ্ৰত বিজেপিৰ চৰকাৰ আহিবৰ পৰা উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ উন্নয়তে সৰ্বাধিক গুৰুত্ব দিছে। তেওঁ তথ্য দাঙি ধৰি কয় যে কেৱল মেঘালয়তে ৩১০০০ কোটি টকাৰ বেছি বিনিয়োগ কৰা হৈছে, যাৰ মাজৰ ৫৩০০ কোটি টকা কেৱল পথ যোগাযোগতে খৰচ কৰা হৈছে।

নিজৰ ভাষণৰ মাজতে অভিযোগ কৰি কয় যে মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনে কেন্দ্ৰক সহযোগিতা নকৰা বাবে প্ৰধান মন্ত্ৰীয়ে লোৱা আঁচনিবোৰৰ সুফল ৰাজ্যখনে লাভ কৰা নাই।

Apply Now

পশ্চিম গাৰো পাহাৰৰ তিক্ৰিকিল্লাত অনুষ্ঠিত বিশাল জনসভাখনত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতিজনে কংগ্ৰেছ দলে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত উন্নয়ন কৰাত ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। তেওঁ মেঘালয়ৰ জনসাধাৰণক এখন বিকল্প চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়, যিখন চৰকাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ আঁচনিবোৰ ৰাজ্যখনৰ বাবে ৰূপায়ণ কৰাত সহায় কৰিব পাৰে।

তেওঁ দুৰ্নীতিৰ অভিযোগো উত্থাপন কৰে ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে আৰু এই প্ৰতিশ্ৰুতি দিয়ে যে বিজেপি শাসনলৈ আহিলে দুৰ্নীতি সমূলঞ্চে নিশ্ছিহ্ন কৰিব। আগন্তুক নিৰ্বাচনৰ পিছত বিজেপিয়ে মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলিও দৃঢ়তাৰে কয় শ্বাহে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd