• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত কৰ’নাৰ সংক্ৰমণ; ৫৪গৰাকী স্বাস্থ্যকৰ্মী, ১৮গৰাকী আৰক্ষীৰ কোভিড-১৯ পজিটিভ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
July 17, 2020 7:42 am
COVID-19-2-660x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলা প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন লকডাউনৰ সময়ছোৱাত জনসাধাৰণক প্ৰশাসনৰ সৈতে সহযোগিতা কৰাৰ আহ্বান জনাইছে।

ইয়াৰ পূৰ্বে প্ৰশাসনে যোৱা ৯জুলাইৰ পৰা ১৫জুলাইলৈকে যোৰহাট পৌৰসভা এলেকাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছিল।

Apply Now

কিন্তু পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই পৌৰসভাৰ অধীনৰ এলেকাৰ উপৰিও ১১টা মফচলীয়া অঞ্চলত লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

প্ৰশাসনে কেইবাটাও কাৰণত লকডাউন বৃদ্ধি কৰিছে যদিও ক্ষিপ্ৰ গণ সংক্ৰমণেই হৈছে প্ৰধান কাৰণ।

উপায়ুক্ত ৰোশ্নি এ কোৰাটিয়ে প্ৰকাশ কৰে যে ১জুলাইৰ পৰা ৯জুলাইলৈকে ভ্ৰমণ বৃত্তান্ত নথকা ৬৩ জন ৰোগী আছিল যদিও বৃহস্পতিবাৰে এই সংখ্যা ২৮৬জনলৈ বৃদ্ধি পায়।

বিগত ১১দিনৰ ভিতৰত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা দুগুণতকৈয়ো অধিক বৃদ্ধি পাইছে।

যোৰহাটত মুঠ আক্ৰান্ত ৬০৫জনৰ ভিতৰত ২৫০জনক আৰোগ্য লাভৰ পাছত মুক্ত কৰা হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৪৯জন।

বৃহস্পতিবাৰে মুঠ ৯২জন আক্ৰান্তৰ ভিতৰত ৭৭জনৰেই নাছিল কোনো ভ্ৰমণ বৃত্তান্ত।

কোৰাটিয়ে লগতে জানিবলৈ দিয়ে যে বিগত দুটা সপ্তাহত ৫৪গৰাকী স্বাস্থ্যকৰ্মী আৰু ১৮গৰাকী আৰক্ষীৰ লোক আক্ৰান্ত হৈছে। আনহাতে, দুগৰাকী লোকৰ মৃত্যু হৈছে।

কোভিড-১৯ৰ সংক্ৰমণৰ বাবে বৃহস্পতিবাৰে তিতাবৰৰ প্ৰথম ৰেফাৰেল য়ুনিটৰ অ’পিডি বন্ধ কৰি দিয়া হৈছে আৰু ইয়াৰ কৰ্মৰত সকলোৰে নমুনা সংগ্ৰহ কৰা হৈছে।

উপায়ুক্তগৰাকীয়ে কয় যে এই লকডাউনত গেলামাল, সাহায্য, শাক-পাচলি আৰু ঔষধ-পাতিকে ধৰি অত্যাৱশ্যকীয় যোগান সেৱা মুকলি থাকিব।

তেওঁ সোনকালে যাতে স্বাভাৱিক জীৱন যাত্ৰা ঘুৰি আহিব পাৰে তাৰ বাবে জনসাধাৰণক লকডাউন মানি চলিবলৈ আহ্বান জনায়।

Tags: COVID_19
স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd