DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা ২৮৩৫জনলৈ বৃদ্ধি; ৫৯জন নতুনকৈ কোভিড-১৯ পজিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2020 6:43 am
কৰনা

প্ৰতিনিধিত্বমূলক ফটো

10.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা। সোমবাৰে নিশা ৰাজ্যত নতুনকৈ৫৯ জন লোক ক’ৰ’নাত আক্ৰান্ত হৈছে ৷

ইপিনে সমগ্ৰ ৰাজ্যত এতিয়ালৈ মুঠ ক’ৰ’না আক্ৰান্ত হৈছে ২৮৩৫জন ব্যক্তি ৷

নিশা নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ধেমাজিত ১৪জন, দৰঙত ১৩জন,নগাঁৱত ৮জন,বিশ্বনাথত ৬জন,শোণিতপুৰত ৬জন,বৰপেটাত ৫জন, চিৰাঙত ২জন, ডিব্ৰুগড়ত ২জন আৰু বঙাইগাঁও, কাৰ্বি আংলং তথা কামৰূপ মেট্ৰ’ত এজনকৈ আছে।

ৰাজ্যখনত এতিয়া সক্ৰিয় কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা হৈছে ২০৪৪জন।

সেইদৰে ৭৮৪জন লোকে আৰোগ্য লাভ কৰিছে।

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিশা টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে।

?Alert ~ 59 new #COVID19+ cases

14 Dhemaji, 13 Darrang, 8 Nagaon, 6 Biswanath, 6 Sonitpur, 5 Barpeta, 2 Chirang, 2 D'garh, 1 B'gaon, 1 K Anglong, 1 Kamrup (M)

↗️Total cases 2835
↗️Recovered 784
↗️Active cases 2044
↗️Deaths 04

11:35 PM/June 8/ Day's total 154#AssamCovidCount pic.twitter.com/Ww7NH1UzAt

— Himanta Biswa Sarma (@himantabiswa) June 8, 2020

আনহাতে, ৰাজ্যত কোভিড-১৯ত যদিও ৫ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কিন্তু এই পৰ্যন্ত ৪ জনৰ মৃত্যু হোৱা বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে সোমবাৰে দিনৰ ভাগতো আন ৮৩জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰা বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে জনাইছিল।

ইয়াৰ ভিতৰত নগাঁও জিলাত ৩০ জন, কামৰূপ গ্ৰাম্য জিলাত ১০ জন,দৰং জিলাত ১০ জন, লক্ষীমপুৰ জিলাত ৬ জন, কাছাৰ জিলাত ৭ জন, বিশ্বনাথ জিলাত ২ জন, কামৰূপ মহানগৰ জিলাত ১ জন আৰু ধেমাজি জিলাত ১ জন আক্ৰান্ত হৈছিল।

আনহাতে, কামৰূপ গ্ৰাম্য বা মহানগৰ জিলা বুলি উল্লেখ নকৰাকৈ কামৰূপ জিলাত ১৬ জন আক্ৰান্ত হোৱা বুলি টুইটাৰ যোগে জানিব দিছিল স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

Tags: COVID-19

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd