• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৃষক বনাম বিজেপি: আজি ভোটগ্ৰহণ হ’ব লখিমপুৰ খেৰীত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2022 10:17 am
Lakhimpur Kheri
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ চতুৰ্থ পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত আজি ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌ আৰু লখিমপুৰ খেৰীকে ধৰি ৫৯ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উত্তৰ প্ৰদেশৰ ক্ষমতা কোনে দখল কৰিব, এই লৈ চৰ্চা হোৱাৰ সমানে বিশেষভাৱে চৰ্চিত হৈছে লখিমপুৰ খেৰী সমষ্টিৰ নিৰ্বাচনক লৈও।

Apply Now

লখিমপুৰ খেৰীৰ ভোট যুঁজ মূলত: কৃষক বনাম বিজেপি যুঁজ হিচাপে চিহ্নিত হৈছে। বিজেপিক পৰাভূত কৰিবলৈ খেৰী সমষ্টিত কৃষক সকলে টঙালি বন্ধাৰ সময়তে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ বাবেও লখিমপুৰ খেৰীৰ নিৰ্বাচন এক সন্মানৰ যুঁজ হিচাপে প্ৰতিষ্ঠিত হৈছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ৩ অক্টোবৰত সমগ্ৰ দেশতে খলকনি তোলা লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ। আশীষ মিশ্ৰৰ বিৰুদ্ধে প্ৰতিবাদী কৃষকক মহতীয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছিল।

এই নৃশংস হত্যাকাণ্ডত ৪ জন কৃষকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে কৃষকৰ প্ৰতিবাদৰ ওচৰত সেও মানি তথা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও যোৱা সপ্তাহত মিশ্ৰক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়।

এলাহাবাদ উচ্চ ন্যায়ালয়ে আশীষ মিশ্ৰক জামিন প্ৰদান কৰাৰ পিছতে ইতিমধ্যে কৃষকসকলে উচ্চতম ন্যায়ালয়ত আশীষ মিশ্ৰৰ জামিনক প্ৰত্যাহ্বান জনাইছে।

উল্লেখ্য যে লখিমপুৰ খেৰী হত্যাকাণ্ডৰ পিছতে কৃষক সকলৰ লগতে বিৰোধী ৰাজনৈতিক দল সমূহেও কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰী সভাৰ পৰা অপসাৰণ কৰিবলৈ দাবী জনাইছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে কৃষক তথা বিৰোধীৰ দাবীক আওকান কৰিছিল।

খেৰী কাণ্ডৰ পিছতে কৃষক সকলে উত্তৰ প্ৰদেশ নিৰ্বাচনত বিজেপিক পৰাভূত কৰা হ’ব বুলি সকীয়নি দিছিল। কৃষকসকলে কোনো ৰাজনৈতিক দলকে নিৰ্বাচনত প্ৰত্যক্ষ সমৰ্থন আগনবঢ়ালেও বিজেপিক পৰাস্ত কৰাটো প্ৰধান লক্ষ্য হিচাপে চিহ্নিত কৰিছিল।

উল্লেখ্য লখিমপুৰ জিলাৰ মুঠ ৮ খন আসনৰ আটাইকেইখনেই যোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰিছিল। কিন্তু কৃষক সকলৰ বিৰোধৰ পাছত বিজেপি এই আসন কেইখনত পুনৰ বিজয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত প্ৰতিকূলতাৰ সন্মুখীন হ’ব ই ধূৰুপ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd