DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ৰ কয়লা খনিত আৱদ্ধ অসমৰ ৬ শ্ৰমিক, উদ্ধাৰ অভিযান অব্যাহত

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2021 5:32 pm
col

প্ৰতিনিধিত্বমূলক ছবি

305
VIEWS
Share on FacebookShare on Twitter

পুনৰ মেঘালয়ৰ কয়লা খনিত আৱদ্ধ হৈ পৰিল অসমৰ ছজনকৈ শ্ৰমিক। মেঘালয়ৰ পূৱ জয়ন্তীয়া জিলাৰ কয়লা খনিটোত কয়লা খননত ব্যস্ত হৈ থকাৰ সময়তে শ্ৰমিক কেইজন খনিটোৰ ভিতৰত আৱদ্ধ হৈ পৰে।

ৰাজ্য খনৰ আমপ্লেমৰ চুটুংগাত থকা কয়লা খনিটোত অসমৰ শ্ৰমিক কেইজন আৱদ্ধ হৈ পৰাৰ খবৰ শিলচৰ আৰক্ষীয়ে টুইটাৰত প্ৰকাশ কৰাৰ পিছতে মেঘালয় আৰক্ষীয়ে শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে বুলি মেঘালয় আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য চলিতবৰ্ষৰ ২১ মে’তো মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা কয়লা খনিত কাম কৰি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ অসমৰ ৬ জনকৈ শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লৈছিল।

পূব জয়ন্তীয়া পাহাৰৰ ৰিম্বাই গাঁওৰ এটা কয়লা খনিত খনন চলাই থকাৰ সময়তে শ্ৰমিক কেইজনে উঠি থকা মেছিনটোৰ এটা অংশ ভাঙি গৈছিল।

ফলত প্ৰায় ১৫০ ফুট তললৈ পৰি গৈছিল শ্ৰমিক কেইজন।

উদ্ধাৰকাৰীৰ দলে খনিটোৰ ভিতৰৰ পৰা ৬ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
নিহত শ্ৰমিক কেইজন অসমৰ কৰিমগঞ্জ জিলাৰ আছিল।

উল্লেখ্য ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ দিনা মেঘালয়ৰ পূব জয়ন্তীয়া জিলাৰ ছান অঞ্চলত সংঘটিত খনি দুৰ্টনাত ১৫ জন শ্ৰমিক আৱদ্ধ হৈ পৰিছিল।

লাইটেন নৈৰ পানীয়ে খনি ওুচাই পেলোৱাৰ ফলত ১৫ জন শ্ৰমিক আৱদ্ধ হৈ পৰিছিল যদিও ৫ জনে কিবাকৈ প্ৰাণৰক্ষা কৰিছিল।

বাকী ১০ জন শ্ৰমিকৰ উদ্ধাৰ অভিযান ব্যৰ্থ হৈছিল আৰু ২০১৯ চনৰ মাৰ্চ মাহত উদ্ধাৰ অভিযান বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd