• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰায় ছয় মাহৰ খাদ্য, পৰ্যাপ্ত ইন্ধনসহ প্ৰতিবাদী কৃষকৰ ‘দিল্লী চলৌ’: দাবী পূৰণ নোহোৱা পৰ্যন্ত অব্যাহত আন্দোলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2024 8:17 pm
Farmers Protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজধানী দিল্লী পুনৰ কঁপিব কৃষক বিদ্ৰোহত। এক দীৰ্ঘদিনীয়া কৃষক আন্দোলনৰ সাক্ষী হ’ব পাৰে ৰাজধানী দিল্লী। এই উদ্দেশ্যে ইতিমধ্যে ‘দিল্লী চলৌ’ কাৰ্যসূচী আৰম্ভ কৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে।

দিল্লী অভিমুখী কৃষকসকলক বাধা দিয়াৰ বাবে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে। পদযাত্ৰা বন্ধ কৰিবলৈ বিপুল নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে স্থাপন কৰিছে বেৰিকেড। ৰাজধানীত প্ৰৱেশ কৰিব নোৱাৰাকৈ সীমান্ত ছীল কৰা হৈছে।

Apply Now

কেৱল সিমানেই নহয়, পথত গজাল পুতিও কেন্দ্ৰই প্ৰতিবাদী কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰিছে। তাৰ মাজতে আজি হাৰিয়ানা আৰক্ষীয়ে পঞ্জাৱৰ সীমান্তৰ শম্ভূত বহুকেইগৰাকী প্ৰতিবাদকাৰী কৃষকক আটক কৰে।

প্ৰতিবাদকাৰী কৃষকসকলে বেৰিকেড ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰাৰ পিছত নিৰাপত্তাৰক্ষীয়ে ড্ৰ’ন ব্যৱহাৰ কৰি কন্দুৱা গেছ নিক্ষেপ কৰিছে কৃষকসকলৰ ওপৰত। নিৰাপত্তাৰক্ষীৰ এনে স্থিতিৰ পিছত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।

ইয়াৰ পাছতো কৃষকসকল সাজু হৈছে দিল্লীত প্ৰতিবাদ গঢ়ি তুলিবলৈ। দাবী পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে প্ৰতিবাদী কৃষকসকলে। অৰ্থাৎ দিল্লীত এক দীৰ্ঘম্যাদী আন্দোলনৰ বাবে প্ৰতিবাদী কৃষকসকল সাজু হৈছে।

এই সন্দৰ্ভত এগৰাকী কৃষক নেতাই জানিবলৈ দিয়া মতে, তেওঁলোকে প্ৰায় ছয়মাহ ধৰি খাব পৰাকৈ ৰেচন আৰু পৰ্যাপ্ত ইন্ধন লগত লৈ আহিছে। এটা বেজীৰ পৰা আৰম্ভ কৰি হাতুৰীলৈকে সকলো প্ৰয়োজনীয় সামগ্ৰী লগত অনা বুলি জানিবলৈ দিয়ে কৃষক নেতাজনে।

উল্লেখ্য যে নিজা দাবীসমূহৰ সন্দৰ্ভত প্ৰতিবাদী কৃষক নেতৃত্ব আৰু চৰকাৰৰ প্ৰতিনিধিৰ মাজত কেইবাঘণ্টা জোৰা আলোচনা চলিছিল যদিও দুয়োপক্ষৰ মাজৰ এই আলোচনা একমতত উপনীত হোৱা নাছিল।

নূন্যতম সমৰ্থন মূল্য (MSP)ৰ আইন প্ৰণয়ন, কৃষক ঋণ ৰেহাই আৰু স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাকে ধৰি তিনিটা মূল দাবীৰ ওপৰত আলোচনাত একমতত উপনীত হ’ব পৰা নগ’ল।

এই দাবীসমূহৰ লগতে বিদ্যুৎ আইন ২০২০ বাতিল, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত নিহত কৃষকক ক্ষতিপূৰণ দিয়া, কৃষকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ আদি আনুসংগিক দাবী উত্থাপনেৰে প্ৰতিবাদী কৃষকসকলে ‘দিল্লী চলৌ’ কাৰ্যসূচী গ্ৰহণ কৰিছে।

কৃষকসকলক দিল্লীত প্ৰৱেশত বাধা দিয়াৰ উদ্দেশ্যে দিল্লী সীমান্তত ব্যৱস্থা লোৱাৰ উপৰিও হাৰিয়ানাৰ কৰ্তৃপক্ষই পঞ্জাৱৰ সৈতে ৰাজ্যখনৰ সীমান্তত নিৰাপত্তা অধিক শক্তিশালী কৰি তুলিছে।

হাৰিয়ানাত অৰ্ধসামৰিক জোৱানৰ ৬৪টা কোম্পানী আৰু হাৰিয়ানা আৰক্ষীৰ ৫০টা কোম্পানী বিভিন্ন জিলাত মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও ড্ৰ’ন আৰু চিচিটিভি কেমেৰা ব্যৱহাৰ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd