• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ বীৰু-বাসন্তীৰ কাহিনী! বিয়া কৰিবলৈ নাপাই বিদ্যুতৰ খুঁটাত উঠিল ৬০ বছৰীয়া বৃদ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 2:34 pm
a mann
312
VIEWS
Share on FacebookShare on Twitter

শ্বোলে ছবি খন যিসকলে উপভোগ কৰিছে তেওঁলোকে বীৰু-বাসন্তীৰ কথা হয়তো পাহৰিব পৰা নাই।

বাসন্তীক পাবলৈ বীৰৱে পানীৰ টেংকিত উঠি বাসন্তীৰ নাম লৈ চিঞৰি আছিল।শ্বোলে ছবি খনত দেখুওৱাৰ দৰেই ঘটনা এটা ঘটিল বাস্তৱত।

ৰাজস্থানৰ ঢোলপুৰৰ বাসিন্দা ছোবৰাণ সিং।

৬০ বছৰীয়া ছোবৰাণৰ পত্নীৰ বিয়োগ ঘটিছে যোৱা বছৰ।

পাঁচটা সন্তানৰ পিতৃ ছোবৰাণে পুনৰ বিয়া কৰোৱাবৈ বিচৰাকলৈ সন্তানসকলৰ সৈতে তেওঁৰ প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈ আহিছিল।অৱশেষত নিজৰ দাবী পূৰণ কৰাৰ লক্ষ্যৰে ছোবৰাণ উঠিল গাঁওৰ মাজেৰে পাৰ হৈ যোৱা হাই ভল্টেজ বিদ্যুতৰ খুঁটাত।

এই দৃশ্য দেখি গাঁও খনত হৈ-চৈ লাগিল।ঘটনাস্থলীত উপস্থিত হ’ল ছোবৰাণৰ পৰিয়ালৰ লোকো।সকলোৱে ছোবৰাণ সিঙক তললৈ নামি অহাৰ বাবে খাটনি ধৰিলে। কিন্তু ছোবৰাণ নাচোৰবান্দা।

কোনো কাৰণতে তেওঁ তললৈ নামি নাহে। ইয়াৰ বিপৰীতে লোকজনে হাই ভল্টেজ তাঁৰ চুই দিয়াৰহে ভাবুকি দিলে।কেৱল ভাবুকি দিয়াতে ক্ষান্ত নাথাকিল তেওঁ ।

এটা সময়ত তেওঁ হাই ভল্টেজ তাঁৰ চুয়ো দিলে । কিন্তু সৌভাগ্য ক্ৰমে একো অঘটন নঘটিল।কাৰণ ইতিমধ্যে ৰাইজৰ মাজৰে কোনোৱাই বিদ্যুতৰ কাৰ্যালয়ত খবৰ দিয়াত বিদ্যুৎ সংগোয কাটি দিয়া হৈছিল।

এনেদৰে বহু সময় ধৰি ৰুদ্ধ শ্বাস নাটকৰ পিছত গাঁওৰে এজন কম বয়সীয়া যুৱকৰ বুজনিত তললৈ নামি আহিল ছোবৰাণ।তললৈ নামি অহাৰ পিছত ছোবৰাণক সকলোৱে সুধিলে তেওঁ কাক বিয়া পাতিব বিচাৰে।ছোবৰাণে ক’লে—তেওঁ নিৰ্দিষ্টকৈ কাক বিয়া পাতিব সেয়া এতিয়াও ঠিক কৰা নাই।

তেওঁ মাথো আকৌ বিয়া পাতিব বিচাৰে, কাৰণ পত্নীৰ বিয়োগৰ পিছত তেওঁ নিজকে নিঃসংগ অনুভৱ কৰিছে আৰু সেই নিঃসংগতা দূৰ কৰাৰ বাবেই তেওঁ আকৌ বিয়া পাতিব বিচাৰিছে।

ছোবৰাণৰ কথা শুনি সকলো হৈ পৰিল মৌন ।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd