DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৬০ বছৰীয়া বৃদ্ধাক বলাৎকাৰ কৰি ভাঙিলে হাত, লুটি নিলে গৰু বিক্ৰী কৰি অনা ১০ হাজাৰ টকা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
February 13, 2019 5:58 pm
718
VIEWS
Share on FacebookShare on Twitter

৭ ফেব্ৰুৱাৰিতে বিশ্বনাথত সংঘটিত এক জঘন্য বলাৎকাৰৰ ঘটনা আজি পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশাৰ আন্ধাৰত বাগিচাৰ মাজত কোনো নৰপিশাচৰ কামনাৰ বলি হ’ল এগৰাকী ৬০ বছৰীয়া বৃদ্ধা। নৰপিশাচে বৃদ্ধা গৰাকীক কেৱল বলাৎকাৰ কৰিয়ে ক্ষান্ত নাথাকি বৃদ্ধাগৰাকীৰ দুখন হাত ভাঙি পেলোৱাৰ লগতে নিজ পুত্ৰৰ চিকিৎসাৰ বাবে গৰু বিক্ৰী কৰি অনা নগদ ১০ হাজাৰ টকাও লৈ যায়।

ঘটনাৰ বিৱৰণী মতে মাজুলীগড় চাহ বাগিচাৰ ভুক্তভোগী মহিলা গৰাকীৰ নিজ পুত্ৰ যোৱা কেইবাদিন ধৰি ৰোগত আক্ৰান্ত হৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। ইফালে নিজ পুত্ৰৰ চিকিৎসাৰ বাবে বৃদ্ধা গৰাকীৰ টকাৰ প্ৰয়োজন হোৱাত ৭ ফেব্ৰুৱাৰিত মাজুলীগড় চাহ বাগিচাৰ বস্তিত গৈ নিজৰ গৰু বিক্ৰী কৰি নগদ ১০ হাজাৰ টকা লৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ আহি আছিল।

কিন্তু চিকিৎসালয়লৈ উভতাৰ সময়তে নিলপুৰ চাহ বাগিচাৰ সমীপত কোনো অজ্ঞাতলোকে চিকিৎসালয়লৈ লৈ যাম বুলি ফুচুলাই চাইকেলত উঠাই নি বাগিচাৰ মাজত বলপূৰ্বক বলাৎকাৰ কৰাৰ লগতে হাত দুখন ভাঙি বৃদ্ধাগৰাকীয়ে লগত অনা ১০ হাজাৰ টকাও লৈ যায়।

পিছত বৃদ্ধা গৰাকী কোনোমতে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ৰ চৌহদতে লগে লগে অচেতন হৈ পৰে। চিকিৎসকেও বৃদ্ধা গৰাকী পৰীক্ষা কৰাৰ পিছত বলাৎকাৰ হোৱা বুলি নিশ্চিত কৰে।

৭ ফেব্ৰুৱাৰিতে সংঘটিত এই ঘটনা আজি পোহৰলৈ অহাত বাগিচাৰ কেইজনমান সচেতনমান যুৱকে বৃদ্ধাগৰাকীৰ হৈ বিশ্বনাথ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। ইফালে বিশ্বনাথ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে এই ঘটনা বিষয়ে অৱগত হৈ চিকিৎসালয়ত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈ অতি শীঘ্ৰেক দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।

Recent News

Gauhati High Court home guard

গৃহৰক্ষী জোৱানলৈ সুখবৰ! ৯ হাজাৰ টকাৰ পৰিৱৰ্তে ২৩ হাজাৰ টকালৈ ভাট্টা বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Nitish Kumar Bihar

নীতিশ কুমাৰৰ পদত্যাগ: নতুন সিদ্ধান্তৰ পূৰ্বে সাক্ষাৎ লালুপুত্ৰ তেজস্বীক

Jaundice: গ্ৰীষ্মকালত বহু লোকৰ জণ্ডিচ হয়; জণ্ডিচ নিৰাময়ৰ বাবে আহাৰৰ কি দৰে যত্ন ল’ব লাগে জানো আহক

Jaundice: গ্ৰীষ্মকালত বহু লোকৰ জণ্ডিচ হয়; জণ্ডিচ নিৰাময়ৰ বাবে আহাৰৰ কি দৰে যত্ন ল’ব লাগে জানো আহক

‘হৰ্ছ-ট্রেডিং’-ক্ৰছ-ভোটিং’ৰ ‘মাষ্টাৰমাইণ্ড’ অসমৰ মুখ্যমন্ত্ৰীঃ ভূপেন বৰা

‘হৰ্ছ-ট্রেডিং’-ক্ৰছ-ভোটিং’ৰ ‘মাষ্টাৰমাইণ্ড’ অসমৰ মুখ্যমন্ত্ৰীঃ ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd