• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পেডেল মাৰি মাৰি ১০০০ কিলোমিটাৰ পথ অতিক্ৰম এই গৰাকী বৃদ্ধৰ, কিন্তু কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2020 5:13 pm

2 min read

aaa 187436-biweb
1.3k
VIEWS
Share on FacebookShare on Twitter

এদিন নহয়, দুদিন নহয় একেৰাহে দহ দিন ধৰি চাইকেল চলালে এই গৰাকী বৃদ্ধই।বিহাৰৰ ৬০ বছৰীয়া সত্যদেৱ মাঝি নামৰ এই লোক জনে একেৰাহে দহ দিন চাইকেল চলাই উপস্থিত হৈছে দিল্লী-হাৰিয়ানাৰ সীমান্তত ।

সত্যদেৱ মাঝিয়ে এনেদৰে চাইকেল চলাই ১০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ এটা উদ্দেশ্য আছে।

দেশৰ ৰাজধানী দিল্লীত বিগত ২৩ দিন ধৰি চলি আছে কৃষক বিদ্ৰোহ।

এই বিদ্ৰোহত ভাগ লোৱাৰ বাবেই সত্যদেৱ মাঝিয়ে চাইকেল চলাই আহি দিল্লীৰ সীমান্তত উপস্থিত হৈছে।

প্ৰচণ্ড শীতকো নেওঁচি মাঝিয়ে এনেদৰে ১০০০ কিলোমিটাৰ পথ চাইকেল চলাই অহাৰ কথাই সকলোকে আচৰিত কৰি তুলিছে।

উল্লেখ্য দেশৰ কেবাখনো ৰাজ্যৰ কৃষকে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত যোৱা ২৩ দিন ধৰি দিল্লী আৰু ইয়াৰ সীমান্তৰ সংগোযী এলেকাবোৰত নিৰন্তৰ প্ৰতিবাদ সাৱ্স্ত্য কৰি আহিছে।

উল্লেখ্য যে ইতিমধ্যে কৃষক সংগঠনসমূহ আৰু চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা পাঁচলানিকৈ আলোচনা ব্যৰ্থ হৈছে আৰু কৃষক সংগঠনসমূহে ৮ ডিচেম্বৰত দেশজুৰি ভাৰত বন্ধও পালন কৰিছে।

এনে সময়তে প্ৰধানমন্ত্ৰীয়ে অলপতে কৈছে যে দেশৰ উন্নয়নৰ বাবে আইনসমূহ সংশোধন কৰাৰ প্ৰয়োজন আছে। নতুন নিৰ্দেশনাৰে নতুন নতুন সুবিধা অন্তভুৰ্ক্ত কৰি আইনসমূহ সংশোধন কৰাৰ অতি প্ৰয়োজন। পুৰণি শতিকাৰ আইনেৰে আমি নতুন শতিকাক গঢ়িব নোৱাৰিম।

কিছু আইন যোৱা শতিকাৰ বাবে উপযুক্ত আছিল যদিও চলিত শতিকাৰ বাবে সেইবোৰ বোজা হৈ উঠিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কৈছিল।

Recent News

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd