• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰৰ কুম্ভীৰঝাৰত ৬২ সংখ্যক চড়ক পূজা উদযাপন: প্ৰতিকূল বতৰ নেওচি সমবেত সহস্ৰাধিক লোক

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
April 15, 2022 7:05 am
Charak Puja celebrations in Tamulpur
188
VIEWS
Share on FacebookShare on Twitter

এক পৰম্পৰাগত অথচ ভয়ানক তথা শিঁহৰণকাৰী পূজা৷ যি দৃশ্য দেখিলে গাৰ নোম সিঁয়ৰি উঠিব আপোনাৰ মোৰ সকলোৰে৷ স্বাভাৱিকতেই প্ৰশ্ন হ’ব, এইয়া তন্ত্ৰ মন্ত্ৰ, অলৌকিকতা নে বিজ্ঞান?

ৰাইজে বিশ্বাস কৰে এইয়া তন্ত্ৰ মন্ত্ৰৰ ফল। এজন জীৱন্ত মানুহৰ পিঠিত বিন্ধাই দিয়া হৈছে দুটাকৈ প্ৰকাণ্ড লোৰ বৰশী।ওলোৱা নাই এটোপালো তেজ।

বৰশীৰে পিঠিত বিন্ধাই ওলোমাই দিয়া হৈছে এটি খুটাত ওলমি থকা বাঁহেৰে নিৰ্মিত ঢেঁকীত আৰু আৰু খুটাত ওলোমাই শূণ্যতে ঘূৰোৱা হৈছে মানুহজনক।

ৰাজ্যখনত বসবাস কৰি থকা বিশেষকৈ বঙালী সম্প্ৰদায়ৰ লোক সকলে চ’ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা প্ৰতিবছৰে পালন কৰে এই চড়ক পুজা।

বৃহস্পতিবাৰে অৰ্থাৎ সংক্ৰান্তিৰ দিনা ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নৱগঠিত তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ কুম্ভীৰঝাৰত দেখা গ’ল এই শিঁহৰণকাৰী দৃশ্য৷

পৰম্পৰাগত নীতি নিয়ম অনুসৰি পুজা সম্পন্ন কৰাৰ পিচত এইদৰে বৰশীৰে পিঠিত বিন্ধাই বাঁহৰ ঢেঁকীত ওলোমাই মানুহজনক ঘূৰোৱা আৰু গাৰ নোম সিঁয়ৰি উঠা দৃশ্য চাবলৈ সমবেত হ’ল কেইবা সহস্ৰাধিক লোক৷

এনেদৰে কেইবাটাও অদ্ভুত খেল পৰিৱেশন কৰি উপস্থিত সহস্ৰাধিক ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে এই চড়ক পুজাই।

উল্লেখ্য যে এইবাৰ গাঁওখনত ৬২ সংখ্যক চড়ক পুজা উদযাপন কৰা হয়। প্ৰতিকূল বাতৰকো নেওচি নাগ্ৰীজুলিৰ কুম্ভীঝাৰত সমবেত হয় সহস্ৰাধিক লোক।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd