• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, April 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিজ কন্যা আৰু নাতিনীয়েকক ধৰ্ষণ কৰি ৰঙাঘৰত সোমাল ৬৫ বছৰীয়া বৃদ্ধ, ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2021 12:51 pm

1 min read

নিজ কন্যা আৰু নাতিনীয়েকক ধৰ্ষণ কৰি ৰঙাঘৰত সোমাল ৬৫ বছৰীয়া বৃদ্ধ, ক’ত?
798
VIEWS
Share on FacebookShare on Twitter

মুম্বাইৰ এখন বিশেষ আদালতে এজন ৬৫ বছৰীয়া বৃদ্ধক ধৰ্ষণৰ অভিযোগত আজীৱন কাৰাদণ্ডৰ শাস্তিপ্ৰদান কৰিছে।

২০১৭ চনত বৃদ্ধজনে তেওঁৰ ২২ বছৰীয়া নিজ কন্যাক ধৰ্ষণ কৰাৰ উপৰি ১০ বছৰীয়া নাতিনীয়েকক যৌন নিৰ্যাতন চলাইছিল।

তেওঁৰ কন্যাই আদালতত জনোৱামতে, বৃদ্ধজনে তাইক প্ৰথমে ২০১৭ চনৰ মে’ মাহত ধৰ্ষণ কৰিছিল আৰু ভাবুকি প্ৰদান কৰিছিল যে যদি কথাটো ৰাজহুৱা কৰে, তেন্তে তাইৰ সন্তানক হত্যা কৰা হ’ব।

তাৰপাছতে একে বৰ্ষৰে জুন মাহত বৃদ্ধৰ ১০ বছৰীয়া নাতিনীয়েকজনীয়ে মাকক কৈছিল যে তাইৰ ককাদেউতাকে তাইক যৌন নিৰ্যাতন কৰিবলৈ চেষ্টা কৰিছিল।

তদুপৰি এটা মাহৰ পাছতে বৃদ্ধজনে পুনৰ নিজ কন্যাক ধৰ্ষণ কৰে।

তাৰপাছতে বৃদ্ধৰ কন্যাই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(২) ধাৰা আৰু যৌন অত্যাচাৰৰ পৰা শিশুৰ সুৰক্ষাৰ POCSO আইনৰ অধীনত বৃদ্ধজনক কাৰাদণ্ড বিহে।

অভিযুক্তজন মুম্বাইৰ কাষৰীয়া ভাণ্ডুপৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd