• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৰালাত ৬৫ লাখ লোক আক্ৰান্ত হ’ব পাৰে কৰ’না ভাইৰাছত; মুখ্য ন্যায়াধীশলৈ আই এম এৰ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 7:33 pm
Corona

কৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে স্প্ৰে কৰি থকা অৱস্থাত

38.4k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যন(আই এম এ)ৰ কোচিন ব্ৰাঞ্চে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখি কেৰালাত ৬৫ লাখ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে।

ডাইমণ্ড প্ৰিঞ্চেছ ক্ৰুইজ জাহাজত থকা ৩৭০০ গৰাকী যাত্ৰীৰ ভিতৰত ৭০০ গৰাকী লোক কৰ’না ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে পত্ৰখনত।

কেৰালাত প্ৰায় ৬৫ লাখ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হ’ব পাৰে বুলি উল্লেখ কৰি আই এম এ ইয়াৰ বাবে ৰাজ্যখনত মুঠ ২.৩৫ লাখ আই চি য়ু বিচনাৰ প্ৰয়োজন হ’ব বুলিও উল্লেখ কৰে।

ভাৰতত বৰ্তমান কৰ’না ভাইৰাছৰ দ্বিতীয় ষ্টেজ চলি আছে বুলি ভাৰতীয় চিকিৎসা গৱেষণা বোৰ্ডৰ মুখ্য নিৰ্দেশক বলৰাম ভাৰ্গৱে কয়।

আনহাতে, ভাৰতত বৰ্তমানলৈ ৭২ টা কাৰ্য্যক্ষম হৈ থকা কৰ’না ভাইৰাছ চিনাক্তকৰণ পৰীক্ষাকেন্দ্ৰ আছে বুলিও ভাৰ্গৱে লগতে কয়।

অসমত কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে বিমান বন্দৰ, বিভিন্ন ৰেল ষ্টেশ্যন সমূহত নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰাজ্যৰ সকলো জিলা উপায়ুক্ত সকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

অসমত বৰ্তমানলৈ এজনো কৰ’না ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত হোৱা নায়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd