• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীৰ দুটা ভেন্যুত লোকপ্ৰিয় বৰদলৈ ট্ৰফী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 18, 2019 2:18 pm

2 min read

19.4k
VIEWS
Share on FacebookShare on Twitter

অহা ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ৬৬ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা।

মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব লগীয়া প্ৰতিযোগিতাখন এইবাৰ মহানগৰীৰ দুটা ভিন্ন স্থানত অনুষ্ঠিত হ’ব।

মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ লগতে গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ সোণাপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বৰদলৈ ট্ৰফীৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচ।

প্ৰতিযোগিতাৰ আৰম্ভণি মেচখন সন্ধিয়া ৫.৩০ বজাৰ পৰা গুৱাহাটী টাউন ক্লাব আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মাজত অনুষ্ঠিত হ’ব।

আনহাতে প্ৰতিযোগিতাৰ ছেমি ফাইনেল মেচ দুখন ২৮ আৰু ২৯ ছেপ্তেম্বৰত আৰু ফাইনেলখন হ’ব ২ অক্টোবৰত। এই তিনিওখন খেল হ’ব সন্ধিয়া ৬ বজাৰ পৰা। বাকী খেল সমূহ বিয়লি ৩ বজাৰ পৰা হ’ব।

ইফালে সোণাপুৰত এই প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব অইল ইণ্ডিয়া আৰু এফ চি গ্ৰীণভেলীৰ মাজত।

অসমৰ আগশাৰীৰ তথা সন্মানীয় ফুটবল প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিব লগীয়া দল কেইটা হ’ল- ‘এ’ গ্ৰুপত দুলীয়াজানৰ অইল এফ চি, গুৱাহাটীৰ নৱজ্যোতি ক্লাব, এফ চি গ্ৰীণভেলী আৰু ওদালগুৰিৰ দৈমালু ক্লাব।

‘বি’ গ্ৰুপত থকা দল কেইটা হ’ল- অসম ৰেজিমেণ্টেল চেণ্টাৰ, অসম ৰাজ্যিক বিদুৎ পৰিষদ, ছানৰাইজ এথলেটিকছ ক্লাব আৰু গুৱাহাটী টাউন ক্লাব।

আয়োজক গুৱাহাটী ক্ৰীড়া সন্থাই মঙলবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত এখন সংবাদমেলৰ আয়োজন কৰি প্ৰতিযোগিতাখনৰ বিষয়ে সদৰী কৰে।

প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়াৰ লগতে এইবাৰৰ চেম্পিয়ন দলে দুই লাখ আৰু ৰাণাৰ্ছ আপ দলে এক লাখ টকা লাভ কৰিব বুলি আয়োজক সন্থাৰ সভাপতি জানিবলৈ দিয়ে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd