• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম পৰ্য্যায়ত ৫ বজালৈকে ভোটদানৰ হাৰ ৬৭.৪ শতাংশ : কোন সমষ্টিত কিমান ভোটৰ হাৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 11, 2019 7:59 pm
11-04-19 Sivsagar- peoples cast their votes (2)

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত শিৱসাগৰৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰা একাংশ ভোটাৰ। ফটো : য়ু বি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ২০ খন ৰাজ্যৰ ৯১ টা সমষ্টিত। অসমতো পাঁচটা সমষ্টি ক্ৰমে তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হয় ভোটগ্ৰহণ।

আমাৰ হাতত আহি পৰা তথ্য অনুসৰি পাঁচোটা সমষ্টিতে বিয়লি ৫ বজালৈকে ৬৭.৪ শতাংশ ভোটাৰে ভোটদান কৰিলে। পাঁচোটা সমষ্টিৰে সৰ্বমুঠ ভোটাৰ ৭৬,০৩,৪৫৮ গৰাকী। সৰ্বমুঠ ভোটাৰৰ ৫১,২৪,৭৩১গৰাকী ভোটাৰে বিয়লি ৫ বজালৈকে ভোটদান সাব্যস্ত কৰিলে।

Apply Now

ইপিনে, ৯ নং তেজপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা  ১৪,৯৪,৮৭৮ গৰাকী। ইয়াৰে ৭০ শতাংশ ভোটাৰে ভোটদান কৰিলে। সংখ্যা হিচাপত মুঠ ১০,৪৬,৪১৫ গৰাকী ভোটাৰে উক্ত সমষ্টিত ভোটদান কৰিলে। সমষ্টিটোৰ ১৮৮০ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৭,৩১,৬১০ গৰাকী। ইয়াৰে ৬৪ শতাংশ ভোটাৰে ভোটদান কৰিলে সংখ্যা হিচাপত উক্ত সমষ্টিত মুঠ ১১০৮২৩০ গৰাকী ভোটাৰে ভোটদান কৰিলে। সমষ্টিটোৰ ২১৭৪ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

১২ নং যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৩,৬০,৩২৮ গৰাকী। ইয়াৰে ৭২ শতাংশ ভোটাৰে ৫ বজালৈকে ভোটদান কৰিলে। সংখ্যা হিচাপত প্ৰায় ৯৭৯৪৩৬ গৰাকী ভোটাৰে সমষ্টিটোত ভোটদান কৰিলে। সমষ্টিটোৰ ১৭৫৩ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

ইয়াৰোপৰি, ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিটোত মুঠ ভোটাৰ  ১৩,১২,১৯৫ গৰাকী। এই সংখ্যাৰ মুঠ ৬৯ শতাংশ ভোটাৰে ভোটদান কৰিলে সমষ্টিটোত। সংখ্যা হিচাপত প্ৰায় ৯০৫৪১৪ গৰাকী ভোটাৰে সমষ্টিটোত ভোটাধিকাৰ সাব্যস্ত কৰিলে। সমষ্টিটোৰ মুঠ ১৬৫৭ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

আনহাতে, লখিমমপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৭,০৪,৪৪৭ গৰাকী। এই সংখ্যাৰ মুঠ ৬২ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে সমষ্টিটোত। সংখ্যা হিচাপত মুঠ ১০৫৬৭৫৭গৰাকী ভোটাৰে সমষ্টিটোত ভোটাধিকাৰ সাব্যস্ত কৰিলে। সমষ্টিটোৰ মুঠ ২১১০ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

মন কৰিবলগীয়া যে, বিগত লোকসভা নিৰ্বাচনত মুঠ ৭৮.৭ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। এইবাৰ কিছু পৰিমাণে এই হাৰ কমা পৰিলক্ষিত হৈছে। অৱশ্যে, বৰ্তমানো ৰাজ্যৰ কিছুসংখ্যক ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি থকা বুলি জানিবলৈ দিয়ে অসমৰ নিৰ্বাচন আয়োগে। ভোটদানৰ হাৰ কিছু পৰিমাণে বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd