DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২০ৰ শেষলৈ কৰ’নাৰ বলি হ’ব ৬৭কোটি ভাৰতীয়!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 11:17 am
1586435761_ppe new

প্ৰতিনিধিত্বমূলক ফটো

31.2k
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি দেশত কৰ’নাক লৈ লকডাউন বৃদ্ধিৰ বিষয়ে কেন্দ্ৰৰ সিদ্ধান্তৰ অপেক্ষা কৰাৰ বাহিৰে আন কোনো নতুন কথা নাই।

ইয়াৰ মাজতে দেশৰ বিজ্ঞানী-গৱেষক তথা চিকিৎসকসকলৰ মাজত গুৰুত্বপূৰ্ণ বিতৰ্ক বা আলোচনাৰ বিষয়টো হৈছে কৰ’না ভাইৰাছৰ সংক্ৰমণে কেতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হ’ব।

সকলোৰে ধাৰাণা এবাৰ সংক্ৰমণ মাত্ৰাই চূড়ান্ত সীমা অতিক্ৰম কৰিলে তাৰ পাছত ই লাহে লাহে কমি যাব।

একাংশ বিজ্ঞানীয়ে জুলাই মাহৰ প্ৰথমতে ভাৰতত কৰ’নাৰ সংক্ৰমণে সৰ্বোচ্চ সীমাত উপনীত হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ মতে, জুলাই মাহৰ শেষলৈক ভাৰতত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পাব।

কিন্তু আন্তৰ্জাতিক ৰেটিং সংস্থা ষ্টেণ্ডাৰ্ড এণ্ড প’ৰৰ মতে ছেপ্টেম্বৰৰ পূৰ্বে ভাৰতত কৰ’না সংক্ৰমণে সৰ্বোচ্চ সীমা স্পৰ্শ নকৰে।

আনহাতে, নেশ্যনেল ইনষ্টিটিউট অফ মেন্টেল হেলথ এণ্ড নিউৰোছায়েন্সেছ (Nimhans)ৰ চিকিৎসকসকলে দাবী কৰা মতে লকডাউন ৪.০ উঠি যোৱাৰ পাছতে সংক্ৰমণ পুনৰ বৃদ্ধি পাব।তদুপৰি, গোষ্ঠী সংক্ৰমণ আৰম্ভ হ’ব।

নিমহান্সৰ মতে ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত ভাৰতত মুঠ জনসংখ্যাৰ আধা অৰ্থাৎ ৬৭ কোটি ভাৰতীয় মাৰাত্মক এই ভাইৰাছৰ বলি হ’ব।

নিমহান্সে দাঙি ধৰা তথ্য অনুসৰি, এই ৬৭ কোটি ভাৰতীয়ৰ ভিতৰত ৯০ শতাংশই তেওঁলোক কৰ’না পজিটিভ বুলি জানিব নোৱাৰিব।

কিয়নো বেছিভাগৰ ক্ষেত্ৰতেই সংক্ৰমণৰ কোনো বাহ্যিক লক্ষণ দেখা নাযাব। ইয়াৰ ভিতৰত ৫শতাংশৰ সংকটজনক অৱস্থা হ’ব আৰু তেওঁলোকক হাস্পাতলত ভৰ্তি কৰিব লাগিব।

সংকটজনক এই ৫শতাংশ মুঠ আক্ৰান্তৰ ভিতৰত ৩ কোটি হ’ব।

চিকিৎসকলৰ দুশ্চিন্তাৰ কাৰণটো হৈছে এই বৃহৎ সংখ্যক লোকৰ চিকিৎসাৰ বাবে দেশত চিকিৎসাৰ আন্তৰ্গাথনি।

ইমান বৃহৎসংখ্যক লোকক চিকিৎসাৰ বাবে হাস্পাতলত ভৰ্তি কৰিব নোৱাৰিলে তেওঁলোকৰ চিকিৎসা কিদৰে হ’ব সেয়া এক বিষম চিন্তাৰ কৰাণ।

দেশৰ হাস্পাতলসমূহত এতিয়া মুঠতে হিচাপ অনুসৰি ১ লাখ ৩০হাজাৰ বেড আছে। কিন্তু ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে লগে সেয়া পৰ্যাপ্ত নহ’ব।

চৰকাৰে সেয়েহে স্বাস্থ্যখণ্ডত কৰ’না মেনেজমেন্টৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।

Tags: COVID-19

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd