DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত অগ্নিদগ্ধ হৈ মৃত্যু ৭ বছৰীয়া শিশুৰ : পথৰ দুৰাৱস্থাৰ বাবে সময়ত আহি নাপালে অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2023 4:38 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।  শনিবাৰে নিশা গোৱালপাৰাত এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ জীৱন্তে জাহ গ’ল এটি ৭ বছৰীয়া শিশু।

জানিব পৰা মতে লেৱাৰী অঞ্চলৰ ছাহজাহান আলীৰ আৱাসগৃহত অগ্নিকাণ্ডটো সংঘটিত হয় আৰু এই শোকাৱহ ঘটনাত শিশুটিৰ মৃত্যু হয়।

লগতে পঢ়কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ উপদেষ্টা পদত ভাৰতীয় মূলৰ নীৰা টেণ্ডন

আব্দুল খালেক নামৰ মৃত শিশুটি ছাহজাহান আলীৰ সন্তান।

অগ্নিকাণ্ড হোৱা দেখি স্থানীয় ৰাইজে তৎপৰভাবে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও চকুৰ আগতে শিশুসহ ছাহজাহান আলীৰ দুটাকৈ ঘৰ জুইত জাহ যায়।

লগতে পঢ়কঃ বিশিষ্ট কণ্ঠশিল্পী ঋষিৰাজ শৰ্মাৰ পৰলোকপ্ৰাপ্তি; শোকাহত সাংস্কৃতিক জগত

এজন আৰক্ষী বিষয়াই কয়, ‘অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগেই আমি অগ্নিনিৰ্বাপক বাহিনীলৈ খবৰ প্ৰেৰণ কৰিছিলোঁ। যিহেতু অঞ্চলটো লৈ যোৱা পথটো যথেষ্ট বেয়া আছিল সেয়ে অগ্নিনিৰ্বাপন বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হ’বলৈ যথেষ্ট সময় লাগিছিল।”

লগতে পঢ়কঃ যুদ্ধৰ খবৰ: ৰাছিয়াৰ গোলাবৰ্ষণত ইউক্ৰেইনৰ ৬ বিস্ফোৰক বিশেষজ্ঞ নিহত

Recent News

মধ্যবিত্তৰ বাবে সকাহ! ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিলে RBI-য়ে; বৃদ্ধি নাপায় ঋণৰ সুত

মধ্যবিত্তৰ বাবে সকাহ! ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিলে RBI-য়ে; বৃদ্ধি নাপায় ঋণৰ সুত

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd