• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

OMG! ৭০ বছৰ বয়সত সন্তানৰ মাতৃ হ’ল গুজৰাটৰ এইগৰাকী বৃদ্ধা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 22, 2021 4:15 pm
499
VIEWS
Share on FacebookShare on Twitter

কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগে যদিও ৭০ বছৰ বয়সত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে গুজৰাটৰ এগৰাকী বৃদ্ধাই।

সাধাৰণ মানুহৰ লগতে বহু চিকিৎসকৰো চকু থৰ লগাই দিয়া এই গৰাকী মহিলা হৈছে গুজৰাটৰ কচ্চ জিলাৰ জিভুবেন ৰাবাৰী।

যিটো সময়ত বৃদ্ধাগৰাকীয়ে তেওঁৰ নাতি-নাতিনীৰ সৈতে উমলিব লাগিছিল সেই সময়তে তেওঁ সন্তানৰ মাতৃ হৈছে।

কেইবাটাও আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি গুজৰাটৰ কচ্চ জিলাৰ মোৰা নামৰ গাঁও খনৰ বাসিন্দা জিভুবেন আৰু তেওঁৰ স্বামী ভালজিবাই ৰাবাৰীৰ বিয়া হোৱা ৪৫ বছৰৰ অধিক কাল হৈছে।

কিন্তু ইমান দিনে তেওঁলোকে সন্তানৰ মুখ দেখা নাছিল।

কিন্তু হঠাতে জিভুবেন নামৰ বৃদ্ধাগৰাকী অন্তসত্বা হয়। চিকিৎসকৰ কাষলৈ যোৱাৰ পিছতে এনে বয়সত সন্তান জন্মৰ সিদ্ধান্ত নল’বলৈ বৃদ্ধাগৰাকীক চিকিৎসকে পৰামৰ্শ দিয়ে।

কিন্তু জিভুবেন নাচোৰবান্দা, তেওঁ সন্তান জন্ম দিবই। অৱশেষত স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ নৰেশ ভানুশালীৰ তত্বাৱধানত বৃদ্ধা গৰাকীয়ে এটি সন্তান জন্ম দিয়ে।

চিজাৰিয়ান অপাৰেছনৰ জৰিয়তে গৰ্ভধাৰণৰ ৮ মাহ পিছতে চিকিৎসকে বৃদ্ধা গৰাকীৰ সন্তান প্ৰসৱ কৰোৱায়।

বৰ্তমান জিভুবেন আৰু তেওঁৰ নৱজাতক সন্তানটি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

৭০ বছৰ বয়সত এনেদৰে সন্তান জন্ম দিয়াৰ কথাই এতিয়া সকলোকে হতবাক কৰি তোলা পৰিলক্ষিত হৈছে।

এয়া প্ৰকৃতিৰে এক ব্যতিক্ৰমী ঘটনা বুলি বহুতে মন্তব্য কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd