• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৱসৰী কালত সম্পূৰ্ণ কৰিলে মনৰ আশা : ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাত ‘টপাৰ’ ৭০ বছৰীয়া বৃদ্ধ

বৃদ্ধ বয়সত তেওঁ পুনৰ নাম লগাইছিল ইঞ্জিনিয়াৰিঙত। এজন ভাল তথা বাধ্য ছাত্ৰৰ দৰে তিনি বছৰে শ্ৰেণী সমূহত উপস্থিত আছিল। দৈনিক ৰুটিন অনুযায়ী কৰিছিল পঢ়া শুনা। অৱশেষত ৯৫ শতাংশ নম্বৰ লাভেৰে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ’ল ব্যক্তিজন।

এন ই নাও নিউজ, নেশ্যনেল ডেস্ক by এন ই নাও নিউজ, নেশ্যনেল ডেস্ক
November 3, 2022 5:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ এজন বৃদ্ধ ছাত্ৰৰ সফলতাৰ কাহিনী এয়া। নাম তেওঁৰ নাৰায়ণ। কৰ্ণাটকৰ উত্তৰ কান্নাড়া জিলাৰ এগৰাকী ছাত্ৰই ১৯৭৩ চনত নাম ভৰ্তি কৰিছিল এখন চৰকাৰী পলিটেকনিক কলেজত। তাৰ পৰাই তেওঁ সম্পূৰ্ণ কৰিছিল মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা। নাৰায়ণৰ মন আছিল, ইচ্ছা আছিল শীৰ্ষ স্থান লাভ কৰি মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ। কিন্তু হেঁপাহ পূৰ হোৱা নাছিল নাৰায়ণৰ। পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল ছাত্ৰজন। মনত থাকি গৈছিল অপূৰ্ণ আশা।

সেয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি নাৰায়ণে পুনৰ মনৰ অপূৰ্ণ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰি পৰিয়ালৰ লোকৰ লগত কৰিছিল আলোচনা। পৰিয়ালৰ লোকেও তেওঁৰ এই ইচ্ছাৰ প্ৰতি জনাইছিল সমৰ্থন।

Apply Now

বৃদ্ধ বয়সত তেওঁ পুনৰ নাম লগাইছিল ইঞ্জিনিয়াৰিঙত। এজন ভাল তথা বাধ্য ছাত্ৰৰ দৰে তিনি বছৰে শ্ৰেণী সমূহত উপস্থিত আছিল। দৈনিক ৰুটিন অনুযায়ী কৰিছিল পঢ়া শুনা। অৱশেষত ৯৫ শতাংশ নম্বৰ লাভেৰে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ’ল ব্যক্তিজন।

উল্লেখ্য যে, নাৰায়ণৰ দুগৰাকী কন্যা আছে। দুই গৰাকীয়েই ইঞ্জিনিয়াৰ। কৰ্মসূত্ৰে এগৰাকী থাকে আয়াৰলেণ্ডত আৰু আন এগৰাকী থাকে আমেৰিকাত।

এই সফলতা লাভ কৰাৰ পিছতেই তেওঁ এই সফলতাৰ কথা সদৰী কৰি সংবাদ মাধ্যমৰ আগত।

এন ই নাও নিউজ, নেশ্যনেল ডেস্ক

এন ই নাও নিউজ, নেশ্যনেল ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd