• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উলহ মালহেৰে শিৱসাগৰতো ৭৩ সংখ্যক স্বাধীনতা দিৱস পালন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 16, 2019 6:55 am
IMG-20190815-WA0041(1)

ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে শিৱসাগৰতো উলহ মালহেৰে পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস।

এই উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ বৰ্ডিং খেল পথাৰত আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী।

Apply Now

পতাকা উত্তোলন কৰে অসম চৰকাৰৰ পৰ্যটন, ভৈয়াম জনজাতি অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্মই।

পতাকা উত্তোলনৰ পাছতেই আৰক্ষী, স্কাউট, গাইড আৰু গৃহৰক্ষী জোৱানৰ দ্বাৰা কুছ-কাৱাজ প্ৰদৰ্শন কৰা হয়।

তাৰ পাছত কণ কণ লৰা-ছোৱালীৰ মাজত বিভিন্নধৰণৰ খেল-ধেমালি অনুষ্ঠিত কৰা হয়।

জিলা প্ৰশাসনে কাৰাগাৰৰ কয়দী সকলৰ মাজত, শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ত ৰোগী আৰু কৌমুদালয়ত ফলমূল বিতৰণ কৰে।

বিয়লি জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা প্ৰবীণ ক্ৰীড়াবিদ সকলৰ মাজত এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়।

শিৱসাগৰৰ দৰিকাপাৰ খাটপথাৰ গাঁৱৰ মুক্তিযোদ্ধা স্বৰ্গীয় কনক চন্দ্ৰ গগৈৰ  সহধৰ্মিনী শ্ৰীমতী ভাগ্যলতা গগৈয়ে স্বামীৰ ত্যাগক সন্মান জনাই নিজ গৃহত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস পালন কৰে।

শিৱসাগৰ প্ৰেছ ক্লাৱতো পুৱা ক্লাৱৰ সভাপতি সৌমাৰ জ্যোতি মহন্ত, সম্পাদক ইনামূল হাজৰিকা তথা আন সাংবাদিকৰ উপস্থিতিত পতাকা উত্তোলন কৰা হয়।

ঐক্য সেনা শিৱসাগৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়তো স্বাধীনতা দিৱস উপলক্ষে শতাধিক সদস্য-সদস্যাৰ উপস্থিতিত পতাকা উত্তোলন কৰা হয়।

শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়তো জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰীয়ে পতাকা উত্তোলন কৰে।

শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিয়েও ৰাজীৱ ভৱনত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে।

ইফালে ‘হামৰাহী’ৰ উদ্যোগত নগৰৰ এ টি ৰোডস্থিত মিলন মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে  স্বাধীনতা দিৱস উদযাপন কৰা হয়।

বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ‘হামৰাহী’ৰ উদ্যোগত কেইবা শতাধিক লোকে আনন্দ ফুৰ্তিৰে স্বাধীনতা দিৱস পালন কৰে।

আনহাতে, দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসত এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ‘ৰেচকিউ’ৱে।

স্বাধীনতা দিৱসত ৭৩ গৰাকী ব্যক্তিয়ে ৰেচকিউৰ উদ্যোগত ৰক্ত দান কৰে।

নগৰৰ দ’লমুখ চাৰিআলিস্থিত জয়দয়াল খেমকা মাতৃ সদনত এই ৰক্তদান কাৰ্যসূচী দিনৰ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ চলে।

ৰক্তদাতা ৰাইজক উৎসাহিত কৰিবলৈ  শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এচ লক্ষ্মণনে এই ৰক্তদান শিবিৰত ৰক্তদান কৰে।

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ শিৱসাগৰ জিলা শাখাৰ শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ উদ্যোগত আৰু জিলা সেৱা বাহিনীৰ সহযোগত স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰোগী সকলৰ মাজত পুষ্টিকৰ খাদ্য, ফলমূল আদি বিতৰণ কৰা হয়।

তদুপৰি, সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান, বিদ্যালয় মহাবিদ্যালয়, ব্যক্তিগত আবাসগৃহত আদিত পতাকা উত্তোলন কৰা হয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd