• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৃত্যু ঘটা বুলি ভাবি জীৱিত অৱস্থাতে বৃদ্ধক ২০ ঘণ্টা ধৰি ভৰাই থলে ফ্ৰীজত, তাৰ পিছত কি হ’ল পঢ়ক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 14, 2020 7:45 pm

2 min read

Salem_FreezerBox_650
265.1k
VIEWS
Share on FacebookShare on Twitter

মৃত্যু নঘটা লোককো মৃত বুলি ভাবি সৎকাৰ কৰিবলৈ ওলোৱাৰ বহু ঘটনা ইতিমধ্যে বিভিন্ন ঠাইত ঘটিছে।

শেহতীয়াকৈ মৃত্যু নঘটাকৈয়ে এজন অসুস্থ বৃদ্ধৰ মৃত্যু হোৱা বুলি ভাবি পৰিয়ালৰ একাংশ সদস্যই ফ্ৰীজত ভৰাই থোৱাৰ কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটো ঘটিছে তামিলনাডুৰ চালেমত। চালেমৰ ৱল্ড হাউচিং কমপ্লেক্সত নিজৰ ভায়েক আৰু ভায়েকৰ পৰিয়ালৰ সৈতে থকা ৭০ বছৰীয়া বৃদ্ধ বালসুব্ৰমণিয়ম কুমাৰ মঙলবাৰে হঠাতে অসুস্থ হৈ পৰে।

বৃদ্ধ গৰাকীক চিকিৎসকৰ ওচৰলৈ নিয়াৰ সলনি তেওঁৰ ভায়েক সৰ্বাননে স্থানীয় ফ্ৰীজাৰ কোম্পানী এটালৈ ফোন কৰে আৰু মৃতদেহ ৰখা এটা ফ্ৰীজাৰ আনিবলৈ কয়।

কোম্পানীৰ কৰ্মীয়ে ফ্ৰীজাৰটো দি থৈ যোৱাত ভায়েক সৰ্বাননে বৃদ্ধ জনক তাত ভৰাই থয়।

আজি পুৱা ফ্ৰীজাৰ ভাড়াত দিয়া কোম্পানীৰ লোকে ফ্ৰীজাৰটো ঘূৰাই নিবলৈ আহি আচৰিত হৈ পৰে।

কাৰণ ফ্ৰীজাৰৰ ভিতৰত ৰখা লোকজনে হাত-ভৰি লৰাই আছে। প্ৰচণ্ড ঠাণ্ডাত লোকজনে কঁপি আছে।

সেই দৃশ্য দেখি কোম্পানীৰ লোক কেইজন নিশ্চিত হয় যে তাত ৰখা লোক জনৰ মৃত্যু ঘটা নাই ।

লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ বৃদ্ধ জনৰ ভাতৃক জেৰা কৰাত ভাতৃ সৰ্বাননে কয় যে অসুস্থ হৈ পৰা তেওঁৰ ককায়েকৰ দুঘণ্টামানৰ ভিতৰতে মৃত্যু ঘটিব বুলি ধাৰণা কৰিয়েই তেওঁক ফ্ৰীজাৰৰ ভিতৰত সুমুৱাই ৰখা হৈছিল।

আৰক্ষীয়ে বৃদ্ধ লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ভায়েক সৰ্বাননক অধিক জেৰাৰ বাবে থানালৈ নিছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd