• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্তৰ্ধান হ’ল মহিলাৰ সুৰক্ষাৰ বাবে কেজৰিৱাল চৰকাৰে সংস্থাপন কৰা কেইবাটাও চিচি টিভি কেমেৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2020 8:20 am

1 min read

অন্তৰ্ধান হ’ল মহিলাৰ সুৰক্ষাৰ বাবে কেজৰিৱাল চৰকাৰে সংস্থাপন কৰা কেইবাটাও চিচি টিভি কেমেৰা

প্ৰতিনিধিত্বমূলক চিত্ৰ

270
VIEWS
Share on FacebookShare on Twitter

মহিলাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত সংস্থাপন কৰা ১ লাক ৩১ হাজাৰ চিচি টিভি কেমেৰা এতিয়া নিজেই অসুৰক্ষিত।

শেহতীয়াকৈ ইয়াৰে কিছু সংখ্যক কেমেৰা চুৰি হোৱা বুলি জানিব পাৰি লোক নিৰ্মাণ বিভাগে এট অনুসন্ধানমূলক তদন্ত চলাইছিল।

বিভাগৰ তথ্য অনুসৰি ৭৬টা কেমেৰা, ১২৩০ হাৰ্ড ডিস্ক, ১৪৫ এনবিআৰ, ১০৮ কাৰ্ড ছিম কাৰ্ড আৰু ৩১ পি এ এছ য়ু চুৰি হৈছে।

মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰ্দশেৰ পিছতে লোক নিৰ্মাণৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে অলপতে এই সন্দৰ্ভত এখন বৈঠকৰ আহ্বান জনাইছিল আৰু উক্ত বৈঠকতে কেমেৰাৰ সুৰক্ষাৰ বাবে ডাবল লকৰ ব্যৱস্থা কৰিবলৈ নিৰ্দশ দিয়ে।

লোক নিৰ্মাণৰ তথ্য অনুসৰি দিল্লীৰ কিৰাৰী, মংগোলপুৰী, ৰিঠালা, শালীমাৰ বাগ, সুলতানপুৰী, মাজৰা, ত্ৰিনগৰ, বজীৰপুৰ, গ্ৰেটাৰ কৈলাশ, নৰেলা, বৱানা, চকুৰবস্তি, তিলক নগৰ, বিকাশপুৰী, জনকপুৰী, নাংগোলাই, বাদলী আৰু উত্তম নগৰৰ পৰা কেমেৰা সমূহ চুৰি হৈছে।

উল্লেখ্য যে দিল্লীত এতিয়াও ১ লাখ ৪৯ হাজাৰ চিচি টিভি কেমেৰা সংস্থাপন কৰিবলৈ বাকী আছে। অতি শীঘ্ৰে এই কেমেৰা সমূহ লগাবলৈ মুখ্য মন্ত্ৰী কেজৰিৱালে নিৰ্দেশ প্ৰদান কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd