• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ ৰাজ্যৰ ৫ টা সমষ্টিত প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ, কিমান ভোটাৰে কেইগৰাকী প্ৰাৰ্থীৰ কৰিব ভাগ্য নিৰ্ণয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2019 8:46 pm
voters assam Election Commission of India, IIT Madras join hands to develop Remote Voting technology

অসমৰ ভোটাৰৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। দেখৰ ২০ খন ৰাজ্যৰ মুঠ ৯১ টা লোকসভা সমষ্টিত হ’ব প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। অসমৰো ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

অসমৰ কলিয়াবৰ, তেজপুৰ, লখিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

Apply Now

১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ মুঠ ২১৭৪ টা ভোটগ্ৰহণ কেন্দ্ৰত ১৭,৩১,৬১০ গৰাকী ভোটাৰে কাইলৈ ভোটদান কৰিব। ইয়াৰে ৮,৮৩,৩৮৮ জন পুৰুষ ভোটাৰ, ৮,৪৮,১৭৬ গৰাকী মহিলা আৰু ৪৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। কলিয়াবৰৰ ভোটাৰ ৰাইজে সমষ্টিটোৰ মুঠ ৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

৯ নং তেজপুৰ লোকসভা সমষ্টিৰ মুঠ ১৮৮০ টা কেন্দ্ৰত ১৪,৯৪,৮৭৮ গৰাকী ভোটাৰে ৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে ৭,৬৩,৫৯৯ জন পুৰুষ ভোটাৰ, ৭,৩১,২৪৮ গৰাকী মহিলা ভোটাৰ আৰু ৩১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

১৪ নং লখিমপুৰ লোকসভা সমষ্টিত ১৭,০৪,৪৪৭ গৰাকী ভোটাৰে সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় কৰিব ভাগ্য। ইয়াৰে ৮,৬৬,৬৭৫ জন পুৰুষ, ৮,৩৭,৭৩০ গৰাকী মহিলা আৰু ৪২ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।  সমষ্টিটোত মুঠ ২১১০ টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ।

১২ নং যোৰহাট লোকসভা সমষ্টিত ১৩,৬০,৩২৮ গৰাকী ভোটাৰে মুঠ ১৭৫৩ টা ভোটগ্ৰহণ কেন্দ্ৰত  ভোটদান কৰিব। সমষ্টিটোত মুঠ ভোটাৰৰ ৬,৮৯,০৩৮ জন পুৰুষ ভোটাৰ, মহিলা ভোটাৰ ৬,৭১২৮৩ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৭ গৰাকী। সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা ৮ গৰাকী।

তদুপৰি, ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিত ১৩,১২,১৯৫ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰৰ ৬,৬২,৬৩৪ জন পুৰুষ ভোটাৰৰ বিপৰীতে ৬,৪৯,৫৩৩ গৰাকী মহিলা ভোটাৰ, তৃতীয় লিংগৰ ভোটাৰ ২৮ গৰাকী।

মন কৰিবলগীয়া যে, ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ ৫ টা সমষ্টিত সৰ্বমুঠ ৭৬,০৩,৪৫৮ গৰাকী ভোটাৰ আছে। ইয়াৰে ৩৮,৬৫,৩৩৪ জন পুৰুষ আৰু ৩৭,৩৭,৯৭০ গৰাকী মহিলা ভোটাৰ। ৫ টা সমষ্টিত মুঠ ১৫৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। এইসকলৰ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব সমষ্টিকেইটাৰ মুঠ ৪১ গৰাকী প্ৰাৰ্থীৰ। ৫ টা সমষ্টিত মুঠ ৯৫৭৪ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

ইতিমধ্যে, পুলিং, প্ৰিজাইডিং, চেক্টৰ আৰু জ’নেল অফিচাৰসকলক ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ভোটগ্ৰহণ কেন্দ্ৰ সমূহত মোটায়েন কৰা হৈছে নিৰাপত্তা বাহিনী তথা স্পৰ্শকাতৰ আৰু অধিক স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা বাহিনী বেছিকৈ মোটায়েন কৰা হৈছে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd