• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! বাইক আৰোহীক বচাবলৈ গৈ দ খাৱৈত বাগৰি পৰিল বাহন, ৮ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2023 3:35 pm
Accident in Uttarakhand
4.9k
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। পাহাৰীয়া ৰাজ্যখনৰ নৈনিতাল জিলাৰ চেডাখান-মিদাৰ পথত আজি পুৱা এখন যাত্ৰীবাহী বাহন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত ৮ জন লোকৰ মৃত্যু হয়।

আৰক্ষীৰ তথ্য অনুসৰি, যাত্ৰীসহ দুৰ্ঘটনাগ্ৰস্ত বাহনখনে পাটলটৰ পৰা আমজাদ অঞ্চললৈ ৰাওনা হৈছিল। যাত্ৰাপথতে পুৱা প্ৰায় ৮ বজাত চেডাখান-মিদাৰ পথত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

বিপৰীত দিশৰ পৰা অহা মটৰ চাইকেল এখনক বচাবলৈ চেষ্টা কৰি বাহনখন খাৱৈত বাগৰি পৰে বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত ৬ জন লোকৰ থিতাতে মৃত্যু হয়।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজন লোকে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ ভিতৰত এহাল দম্পতী আৰু তেওঁলোকৰ পুত্ৰ সন্তানো আছে বুলি জানিবলৈ দিয়ে স্থানীয় এগৰাকী আৰক্ষী বিষয়াই।

লগতে তিনিগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আহত তিনিও ব্যক্তিকে ওখালকাণ্ডৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই দুৰ্ঘটনাৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

Recent News

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

ছত্তীশগড়ত পুনৰ নিহত মাওবাদী : সেনা-আৰক্ষীৰ গুলীত ৬ মাওবাদী নিহত, উদ্ধাৰ হৈছে এ কে ৪৭কে ধৰি বিশাল পৰিমাণৰ অস্ত্ৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd