DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভুৱা প্ৰলোভনত পৰি সৰবৰাহৰ বলি হোৱা কোকৰাঝাৰৰ ৮জনক জম্মু-কাশ্মীৰৰ পৰা উদ্ধাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 25, 2021 11:20 am
tfa2-750x375

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পতি-পত্নী ক্ৰমে প্ৰভাত কৃষ্ণ ঠাকুৰ আৰু হেইলু ওৰফে শান্তি ওৰফে ৰীণা বসুমতাৰী।

374
VIEWS
Share on FacebookShare on Twitter

চাকৰি দিয়াৰ ভুৱা প্ৰলোভনেৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰলৈ সৰবৰাহ কৰা এগৰাকী নাবালিকাকে ধৰি মুঠ ৮জন লোকক সোমবাৰে কোকৰাঝাৰলৈ উভতাই অনা হৈছে।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক প্ৰতীক থুবেই সাংবাদিকক কয় যে কোকৰাঝাৰৰ ভিতৰুৱা গাঁৱৰ পৰা দুগৰাকী ছোৱালীকে ধৰি ৮জন যুৱকক চাকৰিৰ প্ৰলোভন দি এপ্ৰিলত শ্ৰীনগৰলৈ লৈ যোৱা হৈছিল।

তাত তেওঁলোকক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে বিভিন্ন কামত নিয়োগ কৰা হৈছিল বুলি আৰক্ষী অধীক্ষক থুবে জানিবলৈ দিয়ে।

তেওঁ কয় যে তেওঁলোকে পাছত তেওঁলোকৰ পৰিয়ালক কথাটো জনোৱাত পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত দুজনক চিৰাং জিলাৰ ৰুনীখাতা আৰক্ষী থানাৰ অন্তৰ্গত দাদগিৰিৰ পৰা গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনক পতি-পত্নী ক্ৰমে প্ৰভাত কৃষ্ণ ঠাকুৰ আৰু হেইলু ওৰফে শান্তি ওৰফে ৰীণা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd