DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

ফ্ল’ৰিডাত বন্দুকধাৰীৰ সন্ত্ৰাস: মাৰ্টিন লুথাৰ কিং জুনিয়ৰ দিৱস উদযাপনত নিৰ্বিচাৰ গুলীচালনা, আহত কেইবাগৰাকীও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2023 12:04 pm
gunfire in Florida
109
VIEWS
Share on FacebookShare on Twitter

বন্দুকধাৰীৰ সন্ত্ৰাসে বাৰুকৈয়ে আতংকিত কৰি তুলিছে আমেৰিকাক। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে বন্দুকধাৰীৰ এনে নিৰ্বিচাৰ আক্ৰমণ। যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰদেশত এনে নৃশংস ঘটনাই ৰক্তাক্ত কৰি তুলিছে।

এইবাৰ পুনৰ ফ্ল’ৰিডাত সংঘটিত হৈছে এনে এক বৰ্বৰ কাণ্ড। ফ্ল’ৰিডাৰ ফ’ৰ্ট পিয়ৰ্চত মাৰ্টিন লুথাৰ কিং জুনিয়ৰ দিৱস উদযাপনৰ সময়তে অচিনাক্ত বন্দুকধাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত প্ৰায় আঠগৰাকী লোক আহত হৈছে।

কাউণ্টি শ্বেৰিফৰ কাৰ্যালয়ে সদৰী কৰা মতে, বন্দুকৰ গুলীৰ আঘাতত এগৰাকী লোকৰ অৱস্থা অত্যন্ত সংকটজনক। আন কেইগৰাকী লোক সামান্য আহত হৈছে বুলি কৰ্তৃপক্ষই লগতে উল্লেখ কৰে।

ছেইণ্ট লুচি কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে ইলাছ এলিছ পাৰ্কত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ পিছত কোনো কথাত হোৱা বিবাদৰ ফলশ্ৰুতিত এই আক্ৰমণৰ উদ্ভৱ হৈছিল।

তেওঁ লগতে উল্লেখ কৰা মতে, গুলীৰ আঘাতত আঘাতপ্ৰাপ্ত ৮ গৰাকী লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত এইপৰ্যন্ত কোনো সন্দেহযুক্ত লোকক আটক কৰা হোৱা নাই।

অৱশ্যে বিষয়াগৰাকীয়ে লগতে কয় যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ঘটনাস্থলীৰ পৰা একাধিক তথ্য উদ্ধাৰ কৰিছে। এনে তথ্যৰ আধাৰত একাধিক শ্বুটাৰে গুলীচালনা কৰা বুলি তেওঁ লগতে সন্দেহ প্ৰকাশ কৰে।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd