• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইদৰাবাদত অনুষ্ঠিত ‘ৱিকি কনফাৰেন্স ইণ্ডিয়াত’ অসমৰ ৮ গৰাকী স্বেচ্ছাসেৱকৰ অংশগ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2023 9:45 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৮ এপ্ৰিলৰপৰা ৩০ এপ্ৰিললৈ হায়দৰাবাদৰ গাচ্ছিবলিত অৱস্থিত হায়াত হোটেলত তিনিদিনীয়া কাৰ্যসূচীৰে ‘ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৩’ অনুষ্ঠিত হয়। এইখন হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সন্মিলন যিয়ে ৱিকিমিডিয়ান আৰু অংশীদাৰসকলক এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে আৰু য’ত ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প তথা ভাৰত আৰু দক্ষিণ এছিয়াৰ বিভিন্ন আঞ্চলিক পৰ্যায়ৰ আন্দোলন সম্বন্ধে আলোচনা কৰা হয়।

এই সন্মিলনত বিভিন্ন ঘটনাপ্ৰৱাহ, শিক্ষণ, উত্তম পদ্ধতি ব্যৱহাৰ, প্ৰত্যাহ্বান, সংযোগীকৰণ, আৰু ভৱিষ্যতৰ কৌশল সম্পৰ্কে আলোচনা কৰা হয়। অসমীয়া ৱিকিমিডিয়া সমাজৰ ৮ গৰাকী স্বেচ্ছাসেৱকে এই সন্মিলনত অংশ লয়।

Apply Now

ইজৰাইল, জাৰ্মানী, কলম্বিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালীৰ পৰা অহা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কেইবাগৰাকীও উচ্চপদবীধাৰী বিষয়াকে ধৰি ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপাল, শ্ৰীলংকা, বাংলাদেশৰ পৰা সমবেত হোৱা একাধিক সদস্য/প্ৰতিনিধি আৰু ভাৰতৰ ভাষিক ৱিকিমিডিয়া সম্প্ৰদায়ৰ শতাধিক সদস্যৰ সমাৱেশত তিনিদিনীয়া সন্মিলনখন জ্ঞান-বিনিময়ৰ এক সামাজিক-সাংস্কৃতিক বৈচিত্ৰ্যময় ক্ষেত্ৰলৈ পৰিণত হয়।

ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩ৰ বিষয়বস্তু আছিল বন্ধন শক্তিশালী কৰা (Strengthening the bonds)। উপ-বিষয়বস্তু চাৰিটাঃ স্পন্দন(Vibrance), সহযোগিতা(Collaboration), বৈচিত্ৰ্য(Diversity)আৰু শক্তি(Strength)।

পাঞ্জাৱী ৱিকিমিডিয়ান নিতেশ গিল আৰু তেলেগু ৱিকিমিডিয়ান নিবাস ৰামাচেট্টি আছিল এই কনফাৰেন্সৰ প্ৰধান উদ্যোক্তা। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ CAO(Chief Advancement Officer) Lisa Seitz-Gruwell য়েও এই সন্মিলনখনত ভাগ লয়।

সন্মিলনৰ দ্বিতীয় দিনা সন্মিলনস্থলীত হাইদৰাবাদৰ স্থানীয় নৃত্য Perini Sivathandavan আৰু Oggu Katha প্ৰদৰ্শিত হয় আৰু ফাউণ্ডেচনৰ তৰফৰ পৰা কেফে heart cup ত সামাজিক দিনাৰ (social dinner) অনুষ্ঠিত হয়। তৃতীয় দিনা group photo তোলা হয় আৰু শিক্ষামূলক ভ্ৰমণৰ অংশ ৰূপে telengana government ৰ দ্বাৰা পৰিচালিত শিল্পৰমমলৈ প্ৰতিনিধি সকলক লৈ যোৱা হয়। এই খৰছ তেলেংগানা চৰকাৰে বহন কৰে।

অসমীয়া ৱিকিমিডিয়াৰ তৰফৰ পৰা সন্মিলনত অংশগ্ৰহণ কৰা প্রতিনিধিসকল আছিল ক্ৰমে নয়ন জ্যোতি নাথ, বাবুল বৈশ্য, ৰুমি বৰা, প্ৰণামিকা অধিকাৰী, প্ৰাণজ্যোতি নাথ, গীতাৰ্থ বৰদলৈ আৰু ভাস্কৰজ্যোতি ভূঞা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd