• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰন্ত প্ৰতিভা; উজবেকিস্তানত বিশ্বজয় ত্ৰিপুৰাৰ ৮ বছৰীয়া কন্যাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2019 7:54 pm

1 min read

Arshiya Tripuri Girl

আৰ্শিয়া দাস। উৎস-ইণ্টাৰনেট

288
VIEWS
Share on FacebookShare on Twitter

উজবেকিস্তানত অনুষ্ঠিত হোৱা এছিয়ান স্কুল দবা চেম্পিয়নশ্বিপত ত্ৰিপুৰাৰ ৮ বছৰীয়া কন্যা অৰ্শিয়া দাসে সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনৰ ‘ব্লিটছ’ শাখাত অংশগ্ৰহণ কৰা আৰ্শিয়া দাসে মুঠ সাতটা ৰাউণ্ডত পাঁচ পইণ্ট অৰ্জন কৰি সোণৰ পদক অৰ্জন কৰে।

আৰ্শিয়া বৰ্তমান দেশৰ ৯ বছৰ অনুৰ্ধ শাখাৰ দবা চেম্পিয়ন।

আনহাতে, ২০১৭ চনত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাদাত অনুষ্ঠিত হোৱা ৩১ সংখ্যক ৭ বছৰ অনুৰ্ধ ছোৱালীৰ দবা চেম্পিয়নশ্বিপত আৰ্শিয়াই ব্ৰঞ্জৰ পদক দখল কৰিছিল।

উত্তৰ-পূবৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ২০১৭,২০১৮ আৰু ২০১৯ চনত দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ দবা চেম্পিয়নশ্বিপত ক্ৰমে পঞ্চম, সপ্তম আৰু সপ্তম স্থান দখল কৰিছিল।

খেলুৱৈগৰাকীৰ সফলতাত উলাহৰ ঢলৰ সৃষ্টি হৈছে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত।

উল্লেখযোগ্য যে, দেশৰ আগশাৰীৰ তাৰকা জিমাষ্টিক খেলুৱৈ আন এগৰাকী ত্ৰিপুৰী কন্যা দীপা কৰ্মকাৰেও আৰ্শিয়াৰ প্ৰতিভাৰ প্ৰশংসা কৰিছিল।

Recent News

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd