• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত বিধানসভা সমষ্টিত ৮০.৯২ শতাংশ ভোটদান; ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন

উত্তম শইকীয়া by উত্তম শইকীয়া
March 28, 2021 1:46 pm
Bokakhat

ফটো: নৰ্থইষ্ট নাও।

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৪৭ টা বিধানসভা সমষ্টিৰ লগতে শনিবাৰে ৯৩ নং বোকাখাত বিধানসভা সমষ্টিতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপুৰ্ণ ভাৱে সমাপ্ত হয় ৷

সমষ্টিটোত মুঠ ২১৬ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৬ টা জটিল ভোটগ্ৰহণ কেন্দ্ৰ আছিল যদিও কোনো কেন্দ্ৰতেই তেনে কোনো জটিলতা বা নিৰ্বাচনী হিংসা হোৱা নাই বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷

Apply Now

৯৩ নং বোকাখাত বিধানসভা সমষ্টিত মুঠ ৮০.৯২ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

বোকাখাত বিধানসভা সমষ্টিত মুঠ ১,৪৭,৪৮৭ গৰাকী ভোটাৰ আছিল আৰু ইয়াৰে ৭৩,৭৯৮ গৰাকী পুৰুষ ভোটাৰ আৰু ৭৩,৬৮৬ গৰাকী মহিলা ভোটাৰ হোৱাৰ লগতে ৩গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছিল।

ইয়াৰে মুঠ  ১,১৯,৩৪২ জন ভোটাৰেহে শনিবাৰৰ দিনা ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ইয়াৰ ভিতৰত ৫৮,৭০৩ গৰাকী মহিলা ভোটৰ হোৱাৰ বিপৰীতে পুৰুষ ভোটাৰ আছিল ৬০,৬৩৯ গৰাকী।

বোকাখাত সমষ্টিৰ ১৮৪ নং গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রত সর্বাধিক ৯৯.৭০ শতাংশ আৰু ১১৪ নং দেওপাহাৰ মধ্য ইংৰাজী বিদ্যালয়  ভোটগ্ৰহণ কেন্দ্রত সর্বনিম্ন ৬২.২৯ শতাংশ ভোটদান হয় ।

সমষ্টিটোৰ ৮০ বছৰ উৰ্ধৰ ৭৮১ গৰাকী আৰু ১২৫ গৰাকী বিশেষভাবে সক্ষম ভোটাৰে ডাক বেলটযোগে ভোটদান কৰে ।

Tags: Assam Election
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd