• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ ইম্ফলত ধানৰ অৱশিষ্ট জ্বলোৱাৰ ওপৰত আয়োজন এখন কৰ্মশালাৰ

চভাপতি চামম by চভাপতি চামম
February 2, 2018 10:30 am
Rice residue seminar
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব ভাৰতৰ প্ৰধান কৃষি শস্য হৈছে ধান। কিন্তু খেৰনি জলোৱা অৰ্থাৎ ধানৰ অৱশিষ্ট জ্বলোৱাৰ ফলত হ্ৰাস পাব উৎপাদন। বুধবাৰে মণিপুৰৰ ইম্ফলত এই সম্বন্ধত আয়োজিত এখন কৰ্মশালাত কৃষি বিশেষজ্ঞই এইদৰে মন্তব্য কৰে।

লক্ষ্যণীয় যে উত্তৰ-পূবৰ মুঠ আঠখন ৰাজ্যত প্ৰায় ১০.৭ মেট্ৰিক টন ধান উৎপাদন হয়। বিশেষজ্ঞৰ মতে ২০১৫-১৬ বৰ্ষত ভাৰতৰ ভিতৰত উত্তৰ-পূবে ৬.৮৫ শতাংশ ধান উৎপন্ন কৰিছিল। এই আঠখন ৰাজ্যৰ ভিতৰত অসম,মণিপুৰ আৰু ত্ৰিপুৰাই ধান উৎপাদন ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে।

Apply Now

মেঘালয়ৰ উমিয়ামত অৱস্থিত ভাৰতীয় কৃষি গৱেষনা পৰিষদৰ উত্তৰ-পূব শাখাৰ ছয় জনীয়া এটা বিশেষজ্ঞৰ দলে ‘মেনেজমেণ্ট অৱ ৰাইচ ৰেচিডিউ ফ’ৰ চাচটেইনেব’ল চইল হেল্থ ইন কনজাৰভেশ্যন এগ্ৰিকালচাৰ’ শীৰ্ষক এখন পেপাৰ উপস্থাপন কৰে মণিপুৰত চলি থকা ধানৰ অৱশিষ্ট জ্বলোৱাৰ শীৰ্ষক এখন কৰ্মশালাৰ প্ৰথম দিনৰ কাৰ্যসূচীত।

বিশেষক্ষৰ দলটোৱে কয় যে ধানৰ অৱশিষ্ট অংশ জ্বলাই দিয়াৰ বাবে পৰৱৰ্তী উৎপাদনৰ সময়ত যথেষ্ট প্ৰভাৱ পৰে। তদুপৰি জ্বলাই দিয়াৰ ফলত পৰিৱেশৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ইফালে অৱশিষ্ট জ্বলোৱাৰ ফলত কৃষি শস্য নষ্ট কৰা বিভিন্ন পোক-পৰুৱাৰ বিনষ্ট হোৱাৰ উপৰি কৃষি কাৰ্য কৰাত সহায়ক হয়।

ধানৰ অৱশিষ্ট জলোৱাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি বা এই সম্বন্ধত কিবা বিকল্প পথ উলিয়াব পাৰি নেকি সেই বিষয়ৰ লগতে অন্যান্য সকলোবোৰ কথা কৰ্মশালাখনত আলোচনা কৰা হয়। তদুপৰি ভৱিষৎ প্ৰজন্মৰ বাবে এখন সংৰক্ষিত তথা সেউজীয়া পৰিৱেশৰে আৱৰা সমাজ এখন যাতে থাকে তাৰ বাবে সকলো খেতিয়ককে উক্ত কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়।

ইণ্ডিয়ান এচ’চিয়েশ্যন অৱ হীল ফাৰ্মিং, মেঘালয়ৰ সহযোগত ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালচাৰেল ৰিচাৰ্ছ ফৰ এন ই ৰিজ’ন আৰু চেন্ট্ৰল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি, ইম্ফলৰ তত্বাৱধানত এই কৰ্মশালাৰ আয়োজন কৰিছিল।

কৰ্মশালাখনত উপস্থিত থকা বিভিন্ন বক্তাৰ লগতে মণিপুৰৰ কৃষি মন্ত্ৰী ভি হাংখালিয়ানে নিজৰ ভাষনত কয় যে অৱশিষ্ট অংশ জ্বলাই দিয়াৰ বিৰীতে অন্য পদক্ষেপ গ্ৰহণ কৰাত জোৰ দিয়ে। ইয়াৰ উপৰি মন্ত্ৰীজনে এই ক্ষেত্ৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে।

আনহাতে ৰাজ্যৰ সকলো খেতিয়কৰ মাজতে এই সম্বন্ধত সজাগতা সৃষ্টি কৰিব লাগিব বুলি কয়।

মণিপুৰ ইউনিভাৰ্চিটিৰ উপাচাৰ্য প্ৰফ আদিত্য প্ৰসাদ পাণ্ডেই কয় যে মণিপুৰত ধানৰ অৱশিষ্ট জ্বলোৱা এটা ডাঙৰ সমস্যা আৰু গভীৰ চিন্তনীয় বিষয়।

কৰ্মশালাখনত উপস্থিত থাকে অতিৰিক্ত প্ৰধান সচিব সুহেল আখতাৰ, আইচিএআৰ উত্তৰ-পূব শাখাৰ পৰিচালক এন প্ৰকাশ, মণিপুৰ ৰিজ’নেল অফিচ নাবাৰ্ডৰ জেনেৰেল মেনেজাৰ পিএন প্ৰবীন কুমাৰৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

এই কৰ্মশালাখনতে উদ্যোক্তাই প্ৰস্তুত কৰি উলিওৱা এখন স্মাৰকগ্ৰন্থ উন্মোচন কৰে।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd