• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশ্চিম খাচি পাহাৰত আৰক্ষীৰ অভিযানত ৮৫০ কিলোগ্ৰাম গাঞ্জা জব্দ

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , August 29, 2019 8:45 am

1 min read

meghalai police story

মেঘালয়ত জব্দ হোৱা বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি

3.3k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম খাচি পাহাৰীয়া জিলা আৰক্ষীৰ এণ্টি নাৰ্কোটিক টাস্ক ফোৰ্চে মঙলবাৰে সন্ধিয়া  চলোৱা দুটা সফল অভিযানত ৮৫০ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰে।

প্ৰথমটো অভিযানত এম এল ০৫ জে ৫৮৮৬ নম্বৰৰ চুইফ্ট ডিজেয়াৰ গাড়ী এখনে ড্ৰাগছ লৈ মাওলাই অভিমুখে আহি থকাৰ খবৰ লাভ কৰে আৰক্ষীয়ে। উক্ত খবৰৰ ভিত্তিত মাওলাই আৰক্ষীৰ এটা বাহিনীয়ে গাড়ীখন জব্দ কৰে আৰু চীটৰ তলত লুকুৱাই থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ লগতে জড়িত জন ফিচকাল লিংখোই আৰু ৰিচাৰ্ড ৱাহলাঙক আৰক্ষীয়ে আটক কৰে।

আটকাধীন দুয়োগৰাকী ব্যাক্তিৰ নামত ইতিমধ্যে হত্যা, অপহৰণকে আদি কৰি ছয়টা গোচৰ ৰুজু হৈ আছে।

মাওলাই আৰক্ষীয়ে এন ডি পি এছ আইনৰ ধাৰা ২১(বি)ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

অন্য এটা অভিযানত এ এন টি এফৰ দলে বুধবাৰে নিশা ১ মান বজাত এন এল ০১ কে ৭৪৯৮ নম্বৰ যুক্ত এখন ট্ৰাক মাওলিংগদ গাঁওত গাঁৱবাসীৰ সহযোগত জব্দ কৰে।

ট্ৰাকখনৰ গতিবিধিৰ ওপৰত গাঁৱবাসীৰ সন্দেহ ওপজাত তেওঁলোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে আৰু গাঁৱবাসীৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে।

ট্ৰাকখনৰ পৰা ৮৫০ কিলোগ্ৰাম ওজনৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয় বুলি মেঘালয় আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

ট্ৰাকখনৰ চালক আৰু সহযোগী জনক আৰক্ষীয়ে আটক কৰি জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd