• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসৰ পূৰ্বে ত্ৰিপুৰাত মুখ্য মন্ত্ৰীৰ সন্মুখত ৮৮ গৰাকী এন এল এফ টি(এছ ডি) বিদ্ৰোহীৰ আত্মসমৰ্পণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2019 4:02 pm
NLFT-750x375

এন এল এফ টিৰ আত্মসমৰ্পন অনুষ্ঠানত বিপ্লৱ কুমাৰ দেৱ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অব ত্ৰিপুৰা (এন এল এফ টি)ৰ ৮৮ গৰাকী বিদ্ৰোহী সদস্যই শুকুৰবাৰে মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ উভতি আহে।

চবিৰ কুমাৰ দেৱ বাৰ্মাৰ নেতৃত্বত এন এল এফ টি বিদ্ৰোহী সদস্যৰ দলটিয়ে ত্ৰিপুৰাৰ ঢালাই জিলাৰ আমবাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আত্মসমৰ্পণ কৰে।

Apply Now

অনুষ্ঠানত বিদ্ৰোহী সকলে মুখ্য মন্ত্ৰী দেৱৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ জমা দিয়ে।

বিদ্ৰোহী সকলে জমা দিয়া অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত তিনিটা কাৰ্বাইনছ, এটা মৰ্টাৰ, এটা সাধাৰণ বন্দুক, ছয়টা ৭.৬২ এম এম এছ এল আৰলছ,  চাৰিটা চাইনীজ ৰাইফল, এটা চিংগল বোৰগান, ১৯৩০৩ ৰাইফল, চাৰিটা এম ২০ পিষ্টল, নটা ৱাইৰলেছ চেট আৰু বৃহৎ পৰিমাণৰ আপত্তিজনক নথি-পত্ৰ।

বিদ্ৰোহী সংগঠনটোৰ সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰাৰ পাছতে শুকুৰবাৰে কেন্দ্ৰ চৰকাৰে এন এল এফ টি(এছ ডি)ৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস শ্লোগানৰ দ্বাৰা উদ্বুদ্ধ হৈ ত্ৰিপুৰাৰ কিছু সংখ্যক জনজাতীয় লোকে উগ্ৰপন্থা পৰিহাৰ কৰি মূল সুতিলৈ উভতি আহিছে বুলি অনুষ্ঠানত বিপ্লৱ কুমাৰ দেৱে মন্তব্য কৰে।

তেওঁ বিজেপি চৰকাৰে ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ জীৱন ধাৰণৰ অৰ্থ-সামাজিক মান উন্নত কৰাৰ বাবে চেষ্টা কৰি আহিছে বুলিও মত প্ৰকাশ কৰে।

আনহাতে, ৰাজ্য চৰকাৰে জনজাতীয় অঞ্চলৰ পথ-যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে ১,৬০০ কোটি টকা আৱন্তন জনাইছে বুলিও অনুষ্ঠানত উল্লেখ কৰে মুখ্য মন্ত্ৰী দেৱে।

ত্ৰিপুৰাৰ পূৰ্বৰ চৰকাৰখনে জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে কোনোধৰণৰ কাম নকৰিলে বুলি দেৱে অভিযোগ কৰে।

উল্লেখযোগ্য যে, এন এল এফ টি ৰাজ্যখনত ২০০৫ চনৰ পৰা ২০১৫ চনলৈ সংঘটিত হোৱা ৩১৭ টা ঘটনাৰ সৈতে জড়িত হৈ আছিল য’ত ২৮ গৰাকী সুৰক্ষা বাহিনীৰ লোককে ধৰি ৬২ গৰাকী সাধাৰণ লোকে প্ৰাণ হেৰুৱাইছিল।

বিদ্ৰোহী সংগঠনটোৰ সৈতে ২০১৫ চনৰ পৰা শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ২০১৬ চনৰ পাছৰ পৰা ৰাজ্যখনত কোনোধৰণৰ হিংসাত্মক কাৰ্য্য সংঘটিত হোৱা নায়।

অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ উপৰিও উপ-মুখ্য মন্ত্ৰী জিষ্ণু দেৱবৰ্মন আৰু সাংসদ ৰেৱতী ত্ৰিপুৰায়ো অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd